• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? জেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? জেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

3 weeks ago
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

2 hours ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

3 hours ago
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

3 hours ago
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

3 hours ago
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

4 hours ago
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

5 hours ago
মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

6 hours ago
PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

7 hours ago
বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

7 hours ago
বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

8 hours ago
বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

8 hours ago
পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
Wednesday, February 1, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? জেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?

editor by editor
January 8, 2023
in জীৱনশৈলী, ফেশ্বন, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
সকলো সময়তে বৃদ্ধ হৈছো নেকি ভাৱে ক্ৰিয়া কৰে? জেৰাচকফ’বিয়াত আক্ৰান্ত হৈছে নেকি? কেনেকৈ এই চিন্তাৰ পৰা পৰিত্ৰাণ পাব?
0
SHARES
7.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সকলোসময়তে নিজকে বৃদ্ধ হোৱা বুলি ভাৱ আহি থাকে নেকি? মনত বৃদ্ধ অৱস্থাকলৈ ভয় কঢ়িয়াই ফুৰে? এই ভয়ৰ বাবেই অকলশৰে থকাত অসুবিধাতো ভোগে? বিজ্ঞানৰ ভাষাত এই ভাৱ আহি থকা মানেই ব্যক্তিগৰাকীয়ে জেৰাচকফ’বিয়াত ভূগি আছে। এই শব্দটোৰ উৎপত্তি হৈছে গ্ৰীক শব্দ ‘থা জেৰাছো’ ৰ পৰা। এই শব্দৰ অসমীয়া অৰ্থ হৈছে ‘মই বৃদ্ধ হৈছো।’ বাৰ্ধক্যক লৈ ভয় খোৱাটো বিৰল কোনো ঘটনা নহয়। প্ৰায়সংখ্যক ব্যক্তিৰ মনতেই কোনোৱাক্ষণত এই ভয়ে লগ দিয়ে। কিন্তু যি সকল ব্যক্তিৰ মনত প্ৰতিসময়তে এই ভয়ে ক্ৰিয়া কৰে তেন্তে এয়া স্বাভাৱিক নহয়। তাৎক্ষণিকভাৱে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। এই ভাৱে প্ৰতিসময়তে দেখা দিলে অন্যান্য কিছু পন্থা নিজাববীয়াকৈয়ো অৱলম্বন কৰিব পাৰে।

কি কি উপায় অৱলম্বন কৰিব?
১) এই ভাৱে ক্ৰিয়া কৰি থাকিলে আপুনি ভাৱি ল’ব যে কম বয়সতেই কিমানে এই পৃথিৱীক বিদায় দিছে। প্ৰৌঢ়ত্ব আৰু বাৰ্ধক্যক উপভোগ নকৰাকৈয়ে জীৱনৰ পৰা বিদায় মাগিছে। সেয়ে যদি আমি বাৰ্ধক্যক উপভোগ কৰাৰ সময় পাইছো তাক উদযাপন কৰাত বাধা কি?

২) বয়স বৃদ্ধি হ’লে হৰমনৰ ভাৰসাম্যতো সাল-সলনি ঘটে। আৰু এই সাল-সলনিৰ বাবেই মুখমণ্ডলয় বয়সৰ চাপ পৰে। শৰীৰতো পৰিবৰ্তন আহে। এই পৰিবৰ্তনৰ বৈজ্ঞানিক কাৰণ কি এইসমূহ দিশ জানিবলৈ যত্ন কৰিব লাগে। বাৰ্ধক্যৰ লক্ষণসমূহক লৈ পঢ়াশুনা কৰিব পাৰে। কি কি সমস্যা আহে সেই বিষয়বিলাক জানি তাৰ পৰা পৰিত্ৰাণৰ উপায় সন্দৰ্ভতো পঢ়াশুনা কৰিব পাৰে।

৩) বহুতেই আকৌ বয়স বাঢ়ি গ’লে মন পছন্দৰ পোছাক ইচ্ছা থাকিলেও পিন্ধিব নোৱাৰি বুলি মন বেয়া কৰে। এই ধাৰণা একেবাৰেই অমূলক। যিকোনো বয়সতেই নিজৰ ইচ্ছানুসৰি পোছাক পৰিধান কৰিব পাৰে। সমাজে কি ক’ব এই ধাৰণাৰে নিজৰ ভাললগা কাৰ্যকলাপক দমাই ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কোনো কাৰণতেই কৰিব নালাগে।

৪)স্বাস্থ্যগতভাৱে সুস্থ থকাটো কিন্তু খুবেই প্ৰয়োজন। বয়স বৃদ্ধি হ’লে দৈনন্দিন জীৱনৰ বহু দুচিন্তাইয়ো মনক বিভ্ৰান্ত কৰে। সেয়ে পুষ্টিকৰ খাদ্য খোৱাৰ লগতে পৰ্যাপ্ত পৰিমানৰ পানীও সেৱন কৰিব লাগে। এই দুটা দিশ সঠিকভাৱে ৰাখিলে ডিহাইড্ৰেছন, গেছ আদিৰ সমস্যাৰ পৰা দূৰত অৱস্থান কৰিব পাৰিব।

৫) নিজৰ পছন্দৰ মানুহৰ সৈতে সময় কটোৱাতো ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ আন এক উপায়। বৰ্তমান যুগৰ সৈতে মানুহৰ ব্যস্ততা বৃদ্ধি পাইছে। পৰিয়াল নতুবা বন্ধু-বান্ধৱৰ সৈতেও খুৱ কম সময়হে কটাই প্ৰায়সংখ্যক মানুহেই। সেয়া কামৰ মাজতেই আজৰি সময়খিনি নিজৰ ভাললগা ধৰণে কটোৱাটো খুবেই গুৰুত্বপূৰ্ণ। এনেদৰে কটালে মানসিক চাপ বহু পৰিমানে কমে বুলি বিশেষজ্ঞই দাবী কৰে।

৬) বালিৰেখা নতুবা চুলি পকা আদিকলৈও অযথা চিন্তিত হ’ব নালাগে। বহুতেই বয়সৰ চাপ কমাবলৈ নিৰন্তৰ চেষ্টা কৰে। তাৰপাছতো সুফল নাপালে দুচিন্তাত ভোগে। সেয়ে সদায়ে এই কথা ভাৱিব লাগে যে চুলি পকা বা ছালত বালিৰেখা পৰা মানেই দেখিবলৈ কুৎসিত হৈ পৰিছে তেনে নহয়। তাৰ সলনি মানসিক সুন্দৰতাইহে ব্যক্তি একোজনক সুন্দৰ কৰি ৰাখে সেই কথাত গুৰুত্ব আৰোপ কৰিব লাগে।

৭) সকলো সময়তে ভৱিষ্যত পৰিকল্পনাতেই সময় অতিবাহিত কৰিব নালাগে। আগন্তুক জন্মদিনত মই কি কৰিম? আগন্তুক সময়ত ডায়াবেটিছত আক্ৰান্ত হ’লে কেনেকৈ পৰিত্ৰাণ পাম আদি কথাত মনোনিৱেশ কৰাৰ সলনি বৰ্তমানক গুৰুত্ব দিয়ক। বৰ্তমানৰ ভিত্তিতেই ভৱিষ্যত গতিকে বৰ্তমানক মসৃণ কৰাৰ পৰিকল্পনাতহে নিজকে পাৰ্যমানে ব্ৰতি ৰাখক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?
বাণিজ্য

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

February 1, 2023
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…
অসম

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

February 1, 2023
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…
অপৰাধ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

February 1, 2023
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…
অসম

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

February 1, 2023
Next Post
ন’ৰা ফাতেহী নহয়… পাক অভিনেত্ৰীৰ প্ৰেমত মছগুল শ্বাহৰুখ পুত্ৰ আৰিয়ান!

ন’ৰা ফাতেহী নহয়... পাক অভিনেত্ৰীৰ প্ৰেমত মছগুল শ্বাহৰুখ পুত্ৰ আৰিয়ান!

গল্পৰ দৰে কাহিনী! কেৰালাত বিড়ি তৈয়াৰ কৰা শ্ৰমিক আজি আমেৰিকাৰ ন্যয়াধীশ…

গল্পৰ দৰে কাহিনী! কেৰালাত বিড়ি তৈয়াৰ কৰা শ্ৰমিক আজি আমেৰিকাৰ ন্যয়াধীশ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.