পূৰ্বে লোৱা সিদ্ধান্তমৰ্মে আছুৰ পৰা আঁতৰি গ’ল লুৰিণজ্যোতি গগৈ। কিন্তু প্ৰশ্ন উঠিছে সমুজ্জ্বল-দীপাংকৰ ষড়যন্ত্ৰৰ বলি হ’ল নেকি লুৰিণজ্যোতি? পূৰ্বৰে পৰা গৃহকন্দল চলি আছিল নেকি আছুত?