• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান! মহানগৰৰ ৩৬৬টা স্থানত ভূমিস্খলনৰ আশংকা, ২৭০টা স্থানত জীৱন আৰু সস্পত্তিৰ আশংকা

সাৱধান! মহানগৰৰ ৩৬৬টা স্থানত ভূমিস্খলনৰ আশংকা, ২৭০টা স্থানত জীৱন আৰু সস্পত্তিৰ আশংকা

6 months ago
এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

এনিমেল ছবিক লৈ সঁচাকৈ অসন্তুষ্ট নেকি অভিনেতা আমিৰ খান? আমিৰৰ ভাইৰেল ভিডিঅ’ৰ আঁৰৰ ৰহস্য কি?

25 mins ago
ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

ভয়ংকৰ ৰূপত আহি আছে ‘মাইচোৱাং’। দক্ষিণ ভাৰতত সাগৰীয় ধুমুহা মাইচোৱাঙৰ তাণ্ডৱ

5 hours ago
কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

কণ্টকময় পথ অতিক্ৰম কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী হোৱাৰ পথত প্ৰাক্তন IPS বিষয়া লালডুহোমা

20 hours ago
এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

এতিয়াৰে পৰা এটা অথবা দুটা নহয়, নুন্যতম ৮ টাকৈ হ’ব লাগিব সন্তান

23 hours ago
মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

মিজোৰামত অপ্ৰতিৰোধ্য ZPM. পৰাস্ত খোদ মুখ্যমন্ত্ৰী জ’ৰামথংগা। মিজোৰামতো ৰাহুল গান্ধীৰ মুখথেকেচা…

1 day ago
পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

পৰাজয় স্বীকাৰ কৰি ৰাহুল গান্ধীৰ আৱেগিক টুইট-‘বিচাৰধাৰাৰ যুদ্ধ আগন্তুক সময়তো অব্যাহত থাকিব।’

2 days ago
বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

বক্স অফিচত এনিমেলৰ যাদু। ভংগ কৰিলে পাঠানৰ অভিলেখ

2 days ago
শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। মিছা হোৱাৰ পথত এগজিট প’লৰ তথ্য!

2 days ago
এনিমেল

বক্স অফিচত ‘এনিমেল’ৰ গৰ্জন, চেৰ পেলালে ‘পাঠান’ক

3 days ago
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

5 days ago
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

5 days ago
কোহলী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০, এদিনীয়া নেখেলে কোহলীয়ে!

6 days ago
  • About
  • Advertise
  • Careers
Tuesday, December 5, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাৱধান! মহানগৰৰ ৩৬৬টা স্থানত ভূমিস্খলনৰ আশংকা, ২৭০টা স্থানত জীৱন আৰু সস্পত্তিৰ আশংকা

editor by editor
June 18, 2023
in অসম, গুৱাহাটী
0
সাৱধান! মহানগৰৰ ৩৬৬টা স্থানত ভূমিস্খলনৰ আশংকা, ২৭০টা স্থানত জীৱন আৰু সস্পত্তিৰ আশংকা
0
SHARES
347
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ভূমিস্খলনৰ সমস্যা প্রধান সমস্যা হৈ পৰে মহানগৰবাসীৰ বাবেও। শনিবাৰে ধীৰেনপাৰাত সংঘটিত হোৱা ভূমিস্খলনৰ পিছতে প্ৰশাসনে চিহ্নিত কৰিছে ৩৬৬টা বিপদসংকুল অঞ্চলৰ তালিকা। ইয়াৰে ২৭০টা স্থানক লৈ বিশেষ সতৰ্কবাণী দিছে প্রশাসনে। প্ৰশাসনে প্ৰস্তুত কৰি উলিওৱা তালিকাত আছে কালাপাহাৰ, ধীৰেনপাৰাৰ বহুকেইটা অঞ্চল।

ইয়াৰোপৰি ফটাশিল, গড়ভঙা, গোটানগৰ, হেঙেৰাবাৰী, জালুকবাৰী, লংকেশ্বৰ,কাহিলিপাৰা, কালাপাহাৰ, খাৰঘুলি, কইনাধৰা, মালিগাঁও, নৱগ্ৰহ, নৰকাসুৰ, নাৰেংগী, নুনমাটি, শান্তিপুৰ, শুক্লেশ্বৰ, শৰণীয়া আৰু চূণচালিত ভূমিস্খলনৰ সম্ভাৱনা আছে। ৩৬৬ টা স্থানৰ ভিতৰৰ ৭৪ শতাংশ স্থানত আগতীয়াকৈ সতৰ্কমূলক ব্যৱস্থা লোৱাৰ পৰামৰ্শও দিছে প্রশাসনে। ইয়াৰ ভিতৰত ২৭০ টা স্থানত সুৰক্ষামূলক ব্যৱস্থা নল’লে জীৱন-সম্পত্তি লোকচানৰ আশংকা ব্যক্ত কৰিছে প্রশাসনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষী
অপৰাধ

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

November 30, 2023
AIUDF
অসম

লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটক সমৰ্থন কৰিব AIUDF -এ!

November 29, 2023
অনুষ্কা
অসম

মৃত্যুৰ পূৰ্বে ৰাহুললৈ কি মেছেজ দিছিল অনুষ্কাই?

November 29, 2023
সন্মুখত ৰাস পূৰ্ণিমা! সনাতন ধৰ্মত এই দিনটোৰ কি কি বিশেষ তাৎপৰ্য আছে?
অসম

সন্মুখত ৰাস পূৰ্ণিমা! সনাতন ধৰ্মত এই দিনটোৰ কি কি বিশেষ তাৎপৰ্য আছে?

November 24, 2023
Next Post
শনিৰ বিপৰীতমুখী যাত্ৰা! এই সপ্তাহত ধনী হ’ব ৫ ৰাশি, কাৰ আৰ্থিক ক্ষতি হ’ব?

শনিৰ বিপৰীতমুখী যাত্ৰা! এই সপ্তাহত ধনী হ’ব ৫ ৰাশি, কাৰ আৰ্থিক ক্ষতি হ’ব?

৭ মাহ পূৰ্বে কবৰ দিয়া স্থানতেই পুনৰ কবৰস্থ ফাইজান আহমেদৰ মৃতদেহ

৭ মাহ পূৰ্বে কবৰ দিয়া স্থানতেই পুনৰ কবৰস্থ ফাইজান আহমেদৰ মৃতদেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.