• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুশান্তৰ ৯ কোটিৰ ডিপ’জিট আৰু ৰিয়া

সুশান্তৰ ৯ কোটিৰ ডিপ’জিট আৰু ৰিয়া

5 years ago
সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

9 hours ago
বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

বিবাহৰ এমাহ পাছতেই নিখোঁজ যুৱক, অৱশেষত এটা খাৱৈত উদ্ধাৰ যুৱকৰ দেহ, সোনমৰ দৰেই ঐশ্বৰ্যই শেষ কৰিলে স্বামীৰ জীৱন! ক’ত এই ঘটনা?

10 hours ago
ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

11 hours ago
ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?

ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?

11 hours ago
১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

12 hours ago
সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

সূৰ্য শনিৰ সংযোগত ৩ ৰাশিৰ অৰ্থসম্পদ বাঢ়িব, বাঢ়িব সন্মান আৰু প্ৰতিপত্তিও

13 hours ago
মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা বাজি থকাৰ সময়তেই ছিৰিয়াৰ এটা চাৰ্চত আক্ৰমণ, নিহত ২০গৰাকীকৈ নিৰীহ লোক

13 hours ago
জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

জগন্নাথৰ অতি প্ৰিয় এই ৪ ৰাশি, বিপদত এওঁলোকৰ কাষত সদায়ে থাকে জগন্নাথ

14 hours ago
জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

জুলাই মাহত মুঠ ১৩ দিন বেংক বন্ধ থাকিব, জানি থওক ছুটিৰ তালিকা

1 day ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

1 day ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

1 day ago
নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 24, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুশান্তৰ ৯ কোটিৰ ডিপ’জিট আৰু ৰিয়া

ৰিয়াই কিয় ডিলিট কৰিলে WhatsAppৰ মেছেজ?

editor by editor
August 13, 2020
in চিনেমা, বিশ্ব
0
সুশান্তৰ ৯ কোটিৰ ডিপ’জিট আৰু ৰিয়া
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক মাৰাথন জেৰা চলাইছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। প্ৰতিদিনেই পোহৰলৈ আহিছে অবাক হৈ পৰা তথ্য। সুশান্তৰ পিতৃ কে কে সিঙে দাখিল কৰা FIRৰ বাবে ইতিপূৰ্বে ৩ বাৰ EDৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৰিয়া চক্ৰৱৰ্তী, ভাতৃ চৌভিক চক্ৰৱৰ্তী, মেনেজাৰ শ্ৰুতি মোদী। ইয়াৰ পূৰ্বে ৰিয়াৰ চাৰ্টাৰ্ড একাউণ্টটেণ্ট, সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পৃথানী, ৰিয়াৰ পিতৃ-মাতৃক জেৰা কৰে ED-এ। ৩ দিন জেৰা কৰাৰ পাছতো ৰিয়াৰ উত্তৰত সন্তুষ্ট নহয় ED। ৰিয়াৰ উত্তৰ আছিল অপ্ৰাসংগিক। বেছিভাগৰে প্ৰশ্নৰে উত্তৰত ৰিয়াই কৈছিল – ‘মই নাজানো, মনত পৰা নাই।’ মঙলবাৰে ৰিয়াৰ লগতে পৰিয়ালৰ সকলোৰে ফোন, লেপটপ, আইপেড জব্দ কৰি ফৰেনছিক টেষ্টৰ বাবে প্ৰেৰণ কৰে। বুধবাৰে ED-এ জনাইছে আন এক তথ্য। হোৱাটছএপত সুশান্তৰ সৈতে কৰাৰ কথোপকথনৰ অধিকাংশ ডিলিট কৰি দিয়ে ৰিয়াই। যিসমূহ মেছেজ ডিলিট কৰি দিছে ৰিয়াই সেইসমূহ উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে বিশেষজ্ঞই। উল্লেখযোগ্য যে বিগত বছৰৰ নৱেম্বৰত সুশান্তই ৯ কোটি টকাৰ এটা ফিক্সড ডিপ’জিটৰ ধন উলিয়াই আনে ৰিয়াই। উল্লেখযোগ্য যে ৰিয়াৰ ফোন, লেপটপ বাজেয়াপ্ত কৰাৰ পাছতে vividrage rhealityx pvt ltd.inৰ নামৰ সংস্থাটোৰ কথা পোহৰলৈ অহাৰ পাছতে হোৱাটছএপৰ চাটৰ অংশ ডিলিট কৰে ৰিয়াই। সেই সংস্থাৰ আই পি এড্ৰেছ ট্ৰেক কৰি জনা যায় মুম্বাইত এক বছৰত ১৭ বাৰ স্থান সলনি কৰা হৈছিল। নৱেম্বৰত সুশান্তৰ পিতৃয়ে ৰিয়াক হোৱাটছএপত যোগাযোগ কৰি কৈছিল সুশান্তক এবাৰ ফোন কৰিবলৈ। কাৰণ সুশান্তে ৩ জন বন্ধুৰ সৈতে একেলগে আছিল। গতিকে নিজৰ পুত্ৰ সম্পৰ্কে জানিবলৈ মেছেজ দিছিল ৰিয়াক। ইয়াৰ পাছতে ৰিয়াই পিতৃক ব্লক কৰি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24riya chakravarthisushant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?
জীৱনশৈলী

ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

June 23, 2025
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

June 22, 2025
নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?
বিজ্ঞান

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

June 22, 2025
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?
জীৱনশৈলী

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

June 22, 2025
Next Post
ক’ত, কেনেকৈ জুবিনক আক্ৰমণ? নিশাৰ কাহিনী A TO Z

ক’ত, কেনেকৈ জুবিনক আক্ৰমণ? নিশাৰ কাহিনী A TO Z

অখিল গগৈৰ মুক্তিৰ বাবে অসমৰ ৰাইজৰ পৰা অৰ্থ সাহায‍্য বিচাৰিলে কৃষক মুক্তিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.