কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে বাধ্যতামূলক হ’ব ‘কমন এপ্টিটিউড টেষ্ট’। ৰূপৰেখা প্ৰস্তুত পৰামৰ্শদাতা সমিতিৰ। ২০২১-২২ শৈক্ষিক বৰ্ষৰ পৰা বলৱৎ হ’বলগীয়া ‘কমন এপ্টিটিউড টেষ্ট’ অনুষ্ঠিত কৰিব NTA-এ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ