• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে

2 years ago
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

10 mins ago
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

49 mins ago
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

5 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

6 hours ago
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

7 hours ago
চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

23 hours ago
আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

1 day ago
ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ’ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে

editor by editor
August 9, 2023
in বিনোদন, বিশ্ব, ভাৰত
0
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে
0
SHARES
248
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১১ আগষ্ঠত মুক্তি পাব বহু প্ৰতীক্ষিত ছবি ‘গদৰ-২’। ছানী দেওল আৰু আমিশা পেটেলৰ অভিনীত ‘গদৰ-২’য়ে শুকুৰবাৰে মুক্তি লাভ কৰিব। দেশৰৃ সকলো ছবিগৃহতেই মুক্তি দিয়া হ’ব ‘গদৰ-২’। ‘গদৰ-২’ মুক্তিৰ প্ৰাকক্ষণতেই আটাৰি-ৱাঘা সীমান্তত ভাৰত আৰু পাক সেনাৰ এক অনুষ্ঠানত উপস্থিত হয় ‘গদৰ-২’ৰ দুই তাৰকা অভিনেতা। আমিশা পেটেল আৰু ছানী দেউলে ভাৰত পাক সেনাৰ সৈতে বাৰ্তালাপতো মিলিত হয়।

২০০১ চনৰ ১৫ জুনত মুক্তি পাইছিল ‘গদৰ’য়ে। ২২ বছৰ পাছত আকৌ ৰূপালী পৰ্দাত ছানী আৰু অমিশা। মুক্তিৰ পূৰ্বেই ছানী দেউলে ভাৰত পাক সীমান্তৰ ৱাঘা বৰ্ডাৰত উপস্থিত হৈ ‘গদৰ’ৰ বিশেষ ডাইলগ, ‘হিন্দুস্তান জিন্দাবাদ থা, জিন্দাবাদ হে ঔৰ জিন্দাবাদ ৰহেগা।’ ৰে সকলোকে সম্ভাষণ জনায়। ২২ বছৰ পূৰ্বৰ সেই উত্তেজনা পুনৰ যেন ঘূৰি আহিছে। সেই সময়ত প্ৰায় ১৮ কোটি টকাৰে তৈয়াৰ কৰা ছবিখনে বক্স অফিচত কালেকছন কৰিছিল ১৩৩ কোটি টকা। বৃহৎ লাভৰ পাছতেই পুনৰ এইবাৰ পৰিচালক অনিল শৰ্মাই মুকলি ছবিখনৰ দ্বিতীয় পাৰ্ট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?
Uncategorized

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

July 12, 2025
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত
জীৱনশৈলী

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

July 12, 2025
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত
জীৱনশৈলী

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

July 12, 2025
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

July 12, 2025
Next Post
লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী

মহিলা সাংসদক উদ্দেশ্যি অভৱ্য আচৰণ! নাম নোলোৱাকৈ ৰাহুলক টাৰ্গেট মন্ত্ৰী স্মৃতি ইৰাণীৰ, এই অভিযোগেই বিপদ আনিব নেকি সাংসদ ৰাহুলৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন