হায় স্বাস্থ্য বিভাগ। মৰিয়নিৰ ৰাজপথত অসহায় মহিলাৰ ছটফটনি। সহায় কৰিবলৈ অস্বীকাৰ আশাকর্মী-নার্ছৰ। স্থানীয় মহিলাৰ সহায়ত প্ৰসূতিয়ে ৰাজপথতে জন্ম দিলে এটি পুত্ৰ সন্তান।