অসম লাইভ ২৪ঃ ভাৰতৰ বিশিষ্ট মল্লযোদ্ধা গীতা ফ’গাট আৰু ববিতা ফ’গাটৰ ভগ্নী ৰীতিকা ফ’গাটে কৰিলে আত্মহত্যা। ৰাজ্যিক পর্যায়ৰ চাব জুনিয়নৰ টুর্ণামেণ্ট ১ পইণ্টৰ বাবে পৰাজিত হৈ চিপ ল’লে ১৭ বছৰীয়া প্ৰতিভাসম্পন্ন মল্ল যুঁজাৰুগৰাকীয়ে। উল্লেখযোগ্য যে ৰীতিকা ফ’গাটে মহাবীৰ ফ’গাটৰ তত্ত্বাৱধানত কুস্তিৰ প্ৰশিক্ষণ লৈ আছিল। সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দর্ভত অব্যাহত ৰাখিছে তদন্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ