ৰহিংগীয়া মুছলমানক ভাৰতত আশ্ৰয় দিয়াৰ পোষকতা কৰাসকলে এবাৰ ভাবক। বাংলাদেশৰ কক্সবাজাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব নেকি ৰহিংগীয়াই? কক্সবজাৰত ৰহিংগীয়াই কি কৰিছে?