শাসনত থাকিলে আইন মানিব নালাগে! কোভিড প্ৰট'ক'ল ৰাইজে ভাঙিলে ফাইন, কিন্তু মন্ত্ৰী-বিধায়ক-নেতাই কৰিলে কি? ৰাজহুৱা স্থানত অখিল গগৈক আঁকিব নোৱাৰি! কিন্তু দলীয় নেতাৰ ফটো ৰাজহুৱা স্থানত কিয়?