• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

4 months ago
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

9 hours ago
কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

11 hours ago
২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

12 hours ago
তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

14 hours ago
১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

14 hours ago
দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

16 hours ago
এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

1 day ago
সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

2 days ago
ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা নাই, দক্ষিণ গোলাৰ্ধ আৰু দক্ষিণ মেৰুৰ মাজত পাৰ্থক্য আছে! এই দাবীৰ সত্যাসত্য কি?

2 days ago
সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

2 days ago
আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

2 days ago
এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, October 3, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

editor by editor
June 3, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সামান্য উপাৰ্জনেৰে কোনোমতে সংসাৰ চলাইছিল। ট্ৰেইনত হকাৰ হিচাপে যাত্ৰীৰ চাহ বিক্ৰি কৰিছিল পিনাকীয়ে? সংসাৰৰ হাজাৰটা বোজা কান্ধত তুলি পিনাকী মণ্ডলে ট্ৰেইন যাত্ৰীসকলৰ মাজত চাহ বিক্ৰি কৰি ফুৰিছিল। কিন্তু শুকুৰবাৰে নিশা পিনাকীৰ পৰিয়াললৈয়ো আহিল বেয়া খবৰটো। পিনাকী আৰু নাই। অভিশপ্ত কৰমণ্ডল এক্সপ্ৰেছত যাত্ৰীক চাহ যোগান ধৰিয়েই হেৰাই গ’ল পিনাকী।

ওড়িশাৰ শ্যামপুৰৰ পালতাবেড়িয়াৰ বাসিন্দা আছিল পিনাকী। কৰমণ্ডল এক্সপ্ৰেছত লকডাউনৰ পাছৰে পৰাই চাহ বিক্ৰি কৰা হকাৰ হিচাপে কৰ্মনিৰ্বাহ কৰিছিল পিনাকীয়ে। গতানুগতিকভাৱেই শুকুৰবাৰেও তেওঁ এই অভিশপ্ত ট্ৰেইনখনত যাত্ৰা কৰিছিল। হাঁহিমুখে যাত্ৰীক হেঁপাহৰ চাহকাপ বিলাই থকাৰ মাজতেই হঠাতেই এটা ধাক্কা, ক্ষণিকতেই সকলো শেষ।

মৰ্মান্তিক ট্ৰেইন দুৰ্ঘটনাটোত মৃত্যুক আঁকোৱালি ল’লে পিনাকী মণ্ডলে। পিনাকীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই শোকত ভাঙি পৰিছে পিনাকীৰ পত্নী বৰ্ষা মণ্ডলৰ লগতে শ্যামপুৰবাসী। পিনাকীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকেই পত্নী বৰ্ষাই কান্দি কান্দি কৈছে, ‘মাহৰ ২০-২২ দিন তেওঁ ওড়িশাতেই থাকে। কিছুদিন আগতে এবাৰ ঘৰলৈ আহিছিল। আকৌ কৰ্মস্থলীলৈ উভতিছিলহে। য’ত দুৰ্ঘটনাটো হৈছে তাৰ কাষতেই আমাৰ মাহীৰ ঘৰ। খবৰটো পাই মই বিশ্বাস কৰা নাছিলো। মাহীক ফোন কৰি এবাৰ সেই স্থানলৈ যাবলৈ খাটনি ধৰিলো। মাহীয়ে মোৰ কথামতেই তাত গৈ মৃতদেহৰ মাজত তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰে। মৃতদেহ লাভ কৰিলেও মই এই মৃত্যুক মানি ল’ব পৰা নাই।’ কান্দোনত ভাঙি পৰা বৰ্ষাই লগতে কয়, ‘আমি পেটে-ভাটে খাই থকা মানুহ। তেওঁ হকাৰ কৰি যেনেতেনে ঘৰখন চলাই আছিল।’

উল্লেখ্য যে এই দুৰ্ঘটনাত বৰ্তমানলৈ ৩০০ ৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। হাস্পতালত ভৰ্তী হৈ আছে ১০০০ ৰো অধিক লোক। ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আহতসকলৰো খবৰ লৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?
জীৱনশৈলী

লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

October 2, 2023
কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ
বিজ্ঞান

কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

October 2, 2023
২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত
জীৱনশৈলী

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

October 2, 2023
তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম
জীৱনশৈলী

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

October 2, 2023
Next Post
জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে… বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিলে ৰুতুৰাজে... বিবাহৰ বান্ধোনত বান্ধ খালে দুই ক্ৰিকেটাৰ ৰুতুৰাজ-উৎকৰ্ষা

ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

ইউনিফৰ্ম গাত থাকক বা নাথাকক এজন সেনা সদায়ে অন ডিউটিত থাকে! লাইভ লোকেশ্ব্যন পঠিয়াই প্ৰথমে দুৰ্ঘটনাৰ খবৰ জনাইছিল এজন সেনা জোৱানে, উদ্ধাৰ কৰিছিল বহু যাত্ৰীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.