নিৰ্বাচনমুখী ৰাজ্যত এতিয়া বৰ বৰ নেতাৰ ভিৰ। চৰকাৰী কাৰ্যসূচীৰ আঁৰ লৈ অসমত মোদী-শ্বাহে চলালে নিৰ্বাচনী প্ৰচাৰ। চৰকাৰী ব্যয়ত চলিছে বিজেপিৰ প্ৰচাৰ।