• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ দুৰ্লভ ৰাজযোগ, ৰকেটৰ দৰে ভাগ্য উজলি উঠিব ৩ ৰাশিৰ

শনিৰ দুৰ্লভ ৰাজযোগ, ৰকেটৰ দৰে ভাগ্য উজলি উঠিব ৩ ৰাশিৰ

2 years ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

4 minutes ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

35 minutes ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

1 hour ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

2 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

3 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

4 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

5 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

6 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

18 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

18 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

19 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ দুৰ্লভ ৰাজযোগ, ৰকেটৰ দৰে ভাগ্য উজলি উঠিব ৩ ৰাশিৰ

editor by editor
November 3, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
শনিৰ দুৰ্লভ ৰাজযোগ, ৰকেটৰ দৰে ভাগ্য উজলি উঠিব ৩ ৰাশিৰ
0
SHARES
370
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিৰ দুৰ্লভ ৰাজযোগ, ৰকেটৰ দৰে ভাগ্য উজলি উঠিব ৩ ৰাশিৰ

বছৰৰ নিৰ্দিষ্ট সময়ত প্ৰতিটো গ্ৰহৰ স্থান সলনি হয়। যাৰ প্ৰভাৱ পৰে ১২টা ৰাশিৰ ওপৰত। এই বছৰৰ শেষত স্থান সলনি কৰিবলৈ ওলাইছে শনি। নৱগ্ৰহৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ গ্ৰহ হৈছে ন্যায় আৰু কৰ্মৰ দেৱতা শনি। শনি ৰাশিলৈ ঘূৰি আহিবলৈ ৩০ বছৰ সময় লাগে। লগতে শনিৰ বিৰল ৰাজ্যযোগৰ বাবে ২০২৫ চনৰ মাৰ্চ মাহলৈকে কেইবাটাও ৰাশিৰ থলুৱা লোকৰ জীৱনত যথেষ্ট প্ৰভাৱ পৰিব।

জ্যোতিষৰ হিচাপ অনুসৰি দীপাৱলীৰ পিছত ১৫ নৱেম্বৰৰ নিশা ০৭:৫১ বজাত শনি গ্ৰহ প্ৰত্যক্ষভাৱে ঘূৰিব। একে সময়তে পঞ্চমহাপুৰুষৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্যযোগ অতি সোনকালে নিৰ্মাণ হ’বলৈ গৈ আছে। যাৰ ফলত ৩টা ৰাশিৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আহিব।

বৃষ ৰাশি – শনিৰ ৰাজযোগে বৃষ ৰাশিৰ লোকৰ জীৱনলৈ ভাল দিন কঢ়িয়াই আনিব। চাকৰি প্ৰত্যাশীৰ বাবে ভাল। পৰিয়ালৰ সৈতে ভাল সময় কটাওক। বহিঃৰাজ্যলৈ যোৱাৰ সুযোগ আহিব পাৰে। আয়-ব্যয়ৰ ভাৰসাম্য আহিলেই সঞ্চয়ৰ পথ মুকলি হ’ব। নতুন চাকৰিৰ অফাৰ পাব পাৰে। ব্যৱসায়ত লাভ দেখিব।

মকৰ ৰাশি – এই দীপাৱলী মকৰ ৰাশিৰ বাবে লাভজনক হৈ আহিছে। আৰ্থিকভাৱে ডাঙৰ ডাঙৰ টকা উপাৰ্জনৰ সুযোগ থাকিব পাৰে। ব্যৱসায়ীৰ কিছুমান ডাঙৰ ডাঙৰ চুক্তি চূড়ান্ত হ’ব পাৰে। যিসকলে চাকৰি বিচাৰিছে, এইবাৰ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ চিন্তা বহুত কমি যাব।

কুম্ভ ৰাশি – শনিৰ স্থান সলনি হ’লে কুম্ভ ৰাশিৰ উপকাৰ হ’ব। কাৰণ কুম্ভ ৰাশিত শনি বক্ৰ গতি এৰি মাৰ্গী হ’ব। যাৰ ফলত আপুনি আৰ্থিকভাৱে উন্নতিৰ সুযোগ পাব। আপুনি আপোনাৰ ব্যক্তিত্বৰে বহু হৃদয় জয় কৰিব। আত্মবিশ্বাস বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyLucky RashiRashiSaniSani Graha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ
জীৱনশৈলী

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

June 15, 2026
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম
বিনোদন

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

June 15, 2026
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো
বিনোদন

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

June 15, 2026
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা
বিশ্ব

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

June 15, 2026
Next Post
নিৰ্লজ পৰাজয়ৰ পাছতে ৰোহিত শৰ্মাৰ অষ্ট্ৰেলিয়া টেষ্ট সন্দৰ্ভত ডাঙৰ মন্তব্য…

নিৰ্লজ পৰাজয়ৰ পাছতে ৰোহিত শৰ্মাৰ অষ্ট্ৰেলিয়া টেষ্ট সন্দৰ্ভত ডাঙৰ মন্তব্য...

স্পাইডাৰ মেন খ্যাত টমে গুগলত চাৰ্চ কৰে প্ৰেমিকাৰ বিষয়ে, কাৰণ জানি আচৰিত হ’ব আপুনি

স্পাইডাৰ মেন খ্যাত টমে গুগলত চাৰ্চ কৰে প্ৰেমিকাৰ বিষয়ে, কাৰণ জানি আচৰিত হ'ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.