• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি, সলনি হ’ব জনগাঁঠনি, কোন সমষ্টিৰ নাম কি হ’ব?

সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি, সলনি হ’ব জনগাঁঠনি, কোন সমষ্টিৰ নাম কি হ’ব?

3 years ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

7 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

7 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

8 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

9 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

9 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

10 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

11 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

11 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

12 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

13 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

13 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি, সলনি হ’ব জনগাঁঠনি, কোন সমষ্টিৰ নাম কি হ’ব?

editor by editor
June 20, 2023
in অসম, ৰাজনীতি
0
সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰি, সলনি হ’ব জনগাঁঠনি, কোন সমষ্টিৰ নাম কি হ’ব?
0
SHARES
10.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
নিৰ্বাচনী আয়োগে জাৰি কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা
সলনি নহয় বিধানসভা, লোকসভা সমষ্টিৰ সংখ্যা
অসমত আয়োগে জুলাইত ল’ব ৰাজহুৱা শুনানি
১৯টা বিধানসভা সমষ্টি সংৰক্ষিত থাকিব STৰ বাবে
দুটা লোকসভা সমষ্টি সংৰক্ষিত থাকিব STৰ বাবে
৯টা বিধানসভা সমষ্টি সংৰক্ষিত থাকিব SCৰ বাবে
এটা লোকসভা সমষ্টি সংৰক্ষিত হৈ থাকিব SCৰ বাবে
সাধাৰণ শ্ৰেণীৰ বাবে মুকলি থাকিব ১১টা লোকসভা সমষ্টি
অসমত বৃদ্ধি নহয় লোকসভা-বিধানসভাৰ সমষ্টিৰ সংখ্যা
লোকসভাত ১৪টা সমষ্টিয়েই বাহাল থাকিব
১২৬টা সমষ্টিয়েই থাকিব বিধানসভাত
তেজপুৰ সমষ্টিৰ নাম হ’ব শোণিতপুৰ
মঙলদৈ লোকসভা সমষ্টিৰ নাম হ’ব দৰং
কলিয়াবৰ লোকসভা সমষ্টিৰ নাম হ’ব কাজিৰঙা
লখিমপুৰৰ পৰিৱৰ্তে যোৰহাট লোকসভাত সংলগ্ন হ’ব মাজুলী
কোকৰাঝাৰত থকা বিধানসভা সমষ্টিৰ নাম- গোসাইগাঁও, দোতমা, কোকৰাঝাৰ, বাওখুংগ্ৰী, পৰ্বতঝোৰা
ধুবুৰী জিলাত থাকিব- গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ, বিলাসীপাৰা
দক্ষিণ শালমাৰা জিলাত থাকিব- দক্ষিণ শালমাৰা
গোৱালপাৰা জিলাত থাকিব- জলেশ্বৰ, গোৱালপাৰা পশ্চিম, গোৱালপাৰা পূব, দুধনৈ
বঙাইগাঁও জিলাত থাকিব- অভয়াপুৰী, মাণিকপুৰ, বঙাইগাঁও,
চিৰাং জিলাত থাকিব- চিদলী চিৰাং, বিজনী
বৰপেটা জিলাত থাকিব- ভৱানীপুৰ, মন্দিয়া, চেঙা, বৰপেটা, ৰূপসী, বজালী
কামৰূপ জিলাত থাকিব- ছমৰীয়া, বকো, পলাশবাৰী, হাজো, ৰঙিয়া, কমলপুৰ
কামৰূপ(ম)ত থাকিব- দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, জালুকবাৰী
নলবাৰীত থাকিব- বৰক্ষেত্ৰী, নলবাৰী, টিহু
বাক্সাত থাকিব- গোৱৰ্দ্ধনা, বাক্সা, তামুলপুৰ, গোৰেশ্বৰ
ওদালগুৰিত থাকিব- ভেৰগাঁও, ওদালগুৰি, মাজবাট, টংলা
দৰঙত থাকিব- ছিপাঝাৰ, মঙলদৈ, দলগাঁও
মৰিগাঁৱত থাকিব- জাগীৰোড, লাহৰীঘাট, মৰিগাঁও
নগাঁৱত থাকিব- বটদ্ৰৱা, ৰূপহীহাট,কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, নগাঁও, ৰহা, বিন্ন্যাকান্দি, হোজাই, লামডিং
শোণিতপুৰত আছে- ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ
লখিমপুৰত আছে- বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখানা
ধেমাজিত আছে- ধেমাজি, চিচিবৰগাঁও, জোনাই
তিনিচুকীয়া জিলাত আছে – শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ,মাকুম, তিনিচুকীয়া
ডিব্ৰুগড়ত আছে- চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান, টিংখাঙ, নাহৰকটীয়া
চৰাইদেউত আছে- সোণাৰী, মাহমৰা
শিৱসাগৰত আছে- ডিমৌ, শিৱসাগৰ, নাজিৰা
মাজুলীত আছে- মাজুলী
যোৰহাটত আছে- টীয়ক, যোৰহাট, মৰিয়নি, তিতাবৰ
গোলাঘাটত আছে- গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ
কাৰ্বি আংলঙত আছে- বোকাজান, হাওৰাঘাট, ডিফু
পশ্চিম কাৰ্বি আংলঙত আছে- ৰংখাং, আম্ৰি
ডিমা হাছাওত আছে- ডিমা হাছাও
কাছাৰত আছে- লক্ষীপুৰ, উদাৰবন্দ, কাটিগড়া, বৰখলা, শিলচৰ,সোণাই,নৰসিংপুৰ
হাইলাকান্দিত আছে- হাইলাকান্দি, আলগাপুৰ,
কৰিমগঞ্জত আছে- বদৰপুৰ, নৰ্থ কৰিমগঞ্জ, ছাউথ কৰিমগঞ্জ, ৰাতাবাৰী
কোকৰাঝাৰ লোকসভা সমষ্টি থাকিব- গোসাইগাঁও, দোতমা, কোকৰাঝাৰ, বাওখুংগ্ৰী, পৰ্বতঝোৰা, চিদলী চিৰাং, বিজনী, গোৱৰ্দ্ধনা, বাক্সা
ধুবুৰী লোকসভাত থাকিব- গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ, বিলাসীপাৰা, দক্ষিণ শালমাৰা, জলেশ্বৰ, গোৱালপাৰা পূব, মাণিকপুৰ, মন্দিয়া, চেঙা
বৰপেটা লোকসভাত থাকিব- অভয়াপুৰী, বঙাইগাঁও, ভৱানীপুৰ, বৰপেটা, ৰূপসী, বজালী, হাজো, বৰক্ষেত্ৰী, নলবাৰী, টিহু
দৰং লোকসভাত থাকিব- তামুলপুৰ, গোৰেশ্বৰ, ৰঙিয়া, কমলপুৰ, ভেৰগাঁও, ওদালগুৰি, মাজবাট, টংলা, ছিপাঝাৰ, মঙলদৈ, দলগাঁও
গুৱাহাটী লোকসভাত থাকিব- গোৱালপাৰা পশ্চিম, দুধনৈ, ছমৰীয়া, বকো, পলাশবাৰী, দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, জালুকবাৰী
ডিফু লোকসভাত থাকিব- বোকাজান, হাওৰাঘাট, ডিফু, ৰংখাং, আম্ৰি, হাফলং
কৰিমগঞ্জ লোকসভাত থাকিব- হাইলাকান্দি, আলগাপুৰ, বদৰপুৰ, নৰ্থ কৰিমগঞ্জ, ছাউথ কৰিমগঞ্জ, ৰাতাবাৰী
শিলচৰত লোকসভাত থাকিব- লক্ষীপুৰ, উদৰবন্দ, কাটিগড়া, বৰখলা, শিলচৰ, সোণাই, নৰসিংপুৰ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?
বিশ্ব

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

July 22, 2026
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!
ভাৰত

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

July 22, 2026
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
Next Post
কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী

কলেজ ড্ৰপআউটৰ পৰা সফল ইউটিউবাৰ! ৪০কোটিৰ চাকৰি ওভতাই দি ২বছৰত ৪০০০কোটি সম্পত্তিৰ অধিকাৰী

এই ৰাশিৰ লোকসকলে অধিক আয় কৰিব পাৰে! আপুনি সেই তালিকাত আছেনে?

এই ৰাশিৰ লোকসকলে অধিক আয় কৰিব পাৰে! আপুনি সেই তালিকাত আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.