Acne #Pimple Problem হৈছে নেকি আপোনাৰ Skinত?
আপুনি যদি Aloe Vera, Lemon লগাই ভালপোৱা নাই বা সমাধান বিচাৰি পোৱা নাই, তেন্তে আপোনাৰ ওচৰলৈ সৰু Tips এটা লৈ আহিছো। প্ৰথমে আপোনালোকে মুখখন দিনত ৩-৪ বাৰ ভাল পানীৰে ধুই লওক। তাৰ পাছত দিনৰ ভাগত জাইফল এটা ৰুকি লওক। তাৰ ওপৰত চন্দন পাউদাৰ দি দিয়ক। তাৰ পাছত আপুনি মিশ্ৰণটো য’ত য’ত আপোনাৰ Acne বা Pipmle হোৱা ঠাইত লগাওক ১ ঘণ্টা। তাৰ পাছত চাফা পানীৰে ধুই দিয়ক। যদি আপোনাৰ দিনৰ ভাগত লগাব সময় নহয়, তেতিয়াহ’লে ৰাতিৰ ভাগত লগাই থৈ দিয়ক। পুৱা শুই উঠি ধুই দিয়ক। কমেও ২০ দিন সময় লাগিবই।
আপোনাৰ যদি Pimples বহুত বেছি হৈছে মুখখনত তেতিয়া আপুনি এই Packটো কমেও ২০ দিনত লাহে লাহে শুকাব। যদি Pimple আৰু Acne Problem আছে মচলাযুক্ত আহাৰ খোৱা বাদ দিয়ক। যদি আপোনাৰ পেট চাফা নহয়, তেতিয়াও Pimple আৰু Acneৰ Problem হ’ব পাৰে। তাৰ পাছত আপোনাৰ Skinত নাথাকিব কোনো Acne Pimpleৰ Problem.
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ