• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰাছত দুৰ্লভ যোগ! ১০০ বছৰৰ পাছত বিৰল সংযোগত ৩ৰাশিৰ উপচি পৰিব ধন

ধনতেৰাছত দুৰ্লভ যোগ! ১০০ বছৰৰ পাছত বিৰল সংযোগত ৩ৰাশিৰ উপচি পৰিব ধন

7 months ago
মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

মোস্কো বিমান বন্দৰত ড্ৰোণ আক্ৰমণ, অপাৰেচন সিন্দূৰৰ তথ্য দিবলৈ যোৱা ভাৰতীয় সাংদস দল কোনোমতে ৰক্ষা

15 hours ago
আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

21 hours ago
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টাৰ অল ৰাউণ্ডাৰ হেলীৰ, ১১ বছৰীয়া কেৰিয়াৰত বিৰতি

21 hours ago
বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

21 hours ago
পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

22 hours ago
ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

2 days ago
শুক্ৰ-মংগলৰ নৱপঞ্চম যোগ, আজি দুপৰীয়াৰে পৰা ৫ ৰাশিৰ আৰম্ভ গোল্ডেন টাইম

শুক্ৰ-মংগলৰ নৱপঞ্চম যোগ, আজি দুপৰীয়াৰে পৰা ৫ ৰাশিৰ আৰম্ভ গোল্ডেন টাইম

2 days ago
বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক

বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক

2 days ago
৬.১ ৰিখটাৰ স্কেলৰ তীব্ৰ ভূঁইকঁপ, এতিয়া ছুনামীৰ আশংকা

৬.১ ৰিখটাৰ স্কেলৰ তীব্ৰ ভূঁইকঁপ, এতিয়া ছুনামীৰ আশংকা

2 days ago
আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত

আই পি এলৰ ১৮ বছৰীয়া ইতিহাসত লজ্জাজনক ৰেকৰ্ড দিল্লীৰ নামত

2 days ago
অদিতিৰ পাছত এইবাৰ বনাৰসী শাৰী, সেন্দূৰেৰে কাঁন মহোৎসৱত জিলিকিল ঐশ্বৰ্য

অদিতিৰ পাছত এইবাৰ বনাৰসী শাৰী, সেন্দূৰেৰে কাঁন মহোৎসৱত জিলিকিল ঐশ্বৰ্য

2 days ago
বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ’ব অপাৰেচন

বহুত কষ্টত ৰোহিত, আই পি এলৰ পাছতে হ’ব অপাৰেচন

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 24, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰাছত দুৰ্লভ যোগ! ১০০ বছৰৰ পাছত বিৰল সংযোগত ৩ৰাশিৰ উপচি পৰিব ধন

ধনতেৰাছত দুৰ্লভ যোগ! ১০০ বছৰৰ পাছত বিৰল সংযোগত ৩ৰাশিৰ উপচি পৰিব ধন

editor by editor
October 24, 2024
in জীৱনশৈলী
0
ধনতেৰাছত দুৰ্লভ যোগ! ১০০ বছৰৰ পাছত বিৰল সংযোগত ৩ৰাশিৰ উপচি পৰিব ধন
0
SHARES
22.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত ধনতেৰাছৰ বিশেষ গুৰুত্ব আছে৷ কথিত আছে যে এই বিশেষ দিনটোত সমুদ্ৰ মন্থনৰ সময়ত ভগবান ধন্বন্তৰি অমৃতৰ পাত্ৰ লৈ আবিৰ্ভাৱ হৈছিল৷ সেয়ে ধন্বন্তৰি দেৱতাক এই বিশেষ দিনটোত পূজা কৰা হয়৷ আগন্তুক ২৯ অক্টোবৰ ধনতেৰাছ৷ ১০০ বছৰ পাছত এইবাৰ ধনতেৰাছ বিশেষ হ’ব৷ ঘটিব দুটাকৈ বিৰল ঘটনা৷ এই ধনতেৰাছৰ দিনা ত্ৰিগ্ৰহী যোগ, পুষ্কৰ যোগ, ইন্দ্ৰ যোগ, বৈদ্যুতি যোগ, উত্তৰা ফাল্গুনী নক্ষত্ৰৰ দুটা শুভ যোগ তৈয়াৰ হৈছে৷ যাৰ শুভ প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ ওপৰত৷ বছৰৰ শেষত কাৰ কাৰ কপালত আছে ধন সুখ?

কৰ্কট ৰাশি

পাঁচ বিৰল যোগ কৰ্কট ৰাশিৰ জাতকৰ বাবে লাভজনক হ’ব৷ শীঘ্ৰেই অপ্ৰত্যাশিত আৰ্থিক সুবিধা পাব পাৰে৷ আনকি নিশাৰ ভিতৰতেই অৰ্থপ্ৰাপ্তি হোৱাৰো যোগ আছে৷ যি কোনো কামত পৰিয়ালৰ সমৰ্থন পাব৷ পৰিয়ালৰ সকলোৰে সৈতে মিলিতভাৱে আনন্দৰ পৰিবেশ থাকিব৷ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে৷ চাকৰিত পদোন্নতি, ব্যৱসায়ত লাভৰ মুখ দেখিব পাৰে৷

তুলা ৰাশি

পাঁচটা বিৰল সংমিশ্ৰণৰ ফলত ধনতেৰাছৰ সময়ত তুলা ৰাশিৰ জাতকৰ বাবে শুভ৷ ব্যৱসায়ীসকলে নতুনকৈ বিনিয়োগ কৰিব পাৰে৷ আহিব পাৰে প্ৰত্যাশিত লাভ৷ মাটি, সম্পত্তি সংক্ৰান্তিয় গোচৰৰ নিষ্পত্তিৰ সম্ভাৱনা আছে৷ কৰ্মস্থলত নতুন দায়িত্ব পাব পাৰে৷ সমাজত বাঢ়িব মান সন্মান৷

ধনু ৰাশি

ধনতেৰাছৰ সময়ত সুদিন আহিছে ধনু ৰাশিৰ জাতকৰ৷ বাঢ়িব আয়ৰ ৰাস্তা, কমিব ব্যয়৷ ফলত সঞ্চয়ৰ পথ প্ৰশস্ত হ’ব৷ ইয়াৰোপৰি আয়ৰ নতুন উৎস তৈয়াৰ হ’ব পাৰে৷ দেশ বিদেশত ফুৰিবলৈ যোৱাৰ সুযোগ আহিব পাৰে৷ সংসাৰৰ আৰ্থিক সমস্যা দূৰ হ’ব৷ নতুন চাকৰি পোৱাৰ সুযোগ আছে৷ পৰিয়ালত শান্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট
জীৱনশৈলী

আজি অপাৰ একাদশীত জিলিকিব ৩ ৰাশিৰ ভাগ্য, চন্দ্ৰৰ বুধ নক্ষত্ৰত ট্ৰেনজিট

May 23, 2025
পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ
জীৱনশৈলী

পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

May 23, 2025
শুক্ৰ-মংগলৰ নৱপঞ্চম যোগ, আজি দুপৰীয়াৰে পৰা ৫ ৰাশিৰ আৰম্ভ গোল্ডেন টাইম
জীৱনশৈলী

শুক্ৰ-মংগলৰ নৱপঞ্চম যোগ, আজি দুপৰীয়াৰে পৰা ৫ ৰাশিৰ আৰম্ভ গোল্ডেন টাইম

May 22, 2025
বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক
জীৱনশৈলী

বিগ বিৰ বিদায়! ছলমান খান হ’ব নেকি KBCৰ পৰৱৰ্তী ঘোষক

May 22, 2025
Next Post
আজিৰ ৰাশিফলঃ সিংহ, কন্যা আৰু মকৰ ৰাশিৰ লোকৰ আয় বৃদ্ধি হ’ব, কেৱল চিন্তাত থাকিব এই ৪ ৰাশিৰ লোক

আজিৰ ৰাশিফলঃ সিংহ, কন্যা আৰু মকৰ ৰাশিৰ লোকৰ আয় বৃদ্ধি হ'ব, কেৱল চিন্তাত থাকিব এই ৪ ৰাশিৰ লোক

১০ নৱেম্বৰত অৱসৰ গ্ৰহণ ডি ৱাই চন্দ্ৰচূড়ৰ, ১১ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ, কোন পৰিৱৰ্তী ন্যায়াধীশ !

১০ নৱেম্বৰত অৱসৰ গ্ৰহণ ডি ৱাই চন্দ্ৰচূড়ৰ, ১১ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰ শপতগ্ৰহণ, কোন পৰিৱৰ্তী ন্যায়াধীশ !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.