ৰভা ভাঙি শেষ হোৱাই নাছিলঃ বিয়াৰ দুদিনৰ পাছতে মৃত্যু সন্দীপৰ…

ডিজিটেল ডেস্কঃ মা-হালধিৰ গোন্ধ গাৰ পৰা আঁতৰাই নাছিল। এখন সুখৰ সংসাৰ গঢ়াৰ সপোনটো ভালকৈ দেখা হোৱাই নাছিল, কিন্তু নিয়তিৰ কি পৰিহাস! নতুনকৈ সজাই-পৰাই তোলা এটা সপোন নিমিষতে চাৰ-খাৰ হল। ভাগি পৰিল আলফুলে সজোৱা সেই সপোনৰ ঘৰখন। বিয়াৰ দুদিনৰ পাছতে স্বামীক হেৰুৱাই এতিয়া চকুপানীৰে ভৱিষ্যতৰ বাট নেদেখা হৈছে এগৰাকী নৱবিবাহিতাই। ঘটনাতো পাঞ্জাৱৰ। বিয়াৰ মাত্ৰ দুদিনৰ পাছতে … Continue reading ৰভা ভাঙি শেষ হোৱাই নাছিলঃ বিয়াৰ দুদিনৰ পাছতে মৃত্যু সন্দীপৰ…