বিজেপিয়ে কি পৰিৱৰ্তন সাধিলে সমষ্টিসমূহত? হিন্দু-মুছলমানৰ ৰাজনীতিয়ে জয়ী হ’ব জানো জনপ্ৰতিনিধি? অসমৰ বহুসংখ্যক সমষ্টিক মাহীআইৰ দৃষ্টিৰে চায় দিছপুৰে। ‘অসম লাইভ ২৪’ৰ আগত বিহপুৰীয়া সমষ্টিৰ ৰাইজে ক’ব জনপ্ৰতিনিধি কোন হ’ব? ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে ‘অসম লাইভ ২৪’ৰ সাংবাদিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ