অসম লাইভ ২৪ঃ আপোনাৰ বাৰু মুখত Black heads বা DARK SPOT পৰিছে নেকি? যদি পৰিছে, ঘৰতে তৈয়াৰ কৰা এটা PACK বা প্ৰলেপ লগাব পাৰে।
১) প্ৰথমে আপুনি এটা বিলাহী ধুই লওক। তাৰ পাছত বিলাহীটো মিহিকৈ পিহনাৰে পিহি লৈ তাত এল’ভেৰা এচামুচ দি লগত হালধি আৰু চাউলৰ গুড়ি দি গোটেইখিনি মিহলাই PACK তৈয়াৰ কৰক। তাৰ পাছত Black heads বা DARK SPOT থকা ঠাইখিনিত লগাওক। ১০-১৫ মিনিট পাছত গৰমপানীৰে ধুই পেলাওক। Black heads বা DARK SPOT থকা ঠাইখিনি উজ্জ্বল হৈ উঠিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ