• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাভ জেহাদ আৰু হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ক লৈ কঠোৰ মুখ্যমন্ত্ৰী! আনিব দুখনকৈ নতুন আইন

2 years ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

25 minutes ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

1 hour ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

2 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

3 hours ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

4 hours ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

5 hours ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

লাভ জেহাদ আৰু হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ক লৈ কঠোৰ মুখ্যমন্ত্ৰী! আনিব দুখনকৈ নতুন আইন

লাভ জেহাদ আৰু হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ক লৈ কঠোৰ মুখ্যমন্ত্ৰী! আনিব দুখনকৈ নতুন আইন

editor by editor
August 4, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, ভাৰত
0
লাভ জেহাদ আৰু হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয়ক লৈ কঠোৰ মুখ্যমন্ত্ৰী! আনিব দুখনকৈ নতুন আইন
0
SHARES
271
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে দুটাকৈ বৃহৎ ঘোষণা। ‘লাভ জেহাদ’ৰ গোচৰত চৰকাৰে শীঘ্ৰে যাৱজ্জীৱন কাৰাদণ্ডৰ আইন আনিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত অসম বিজেপিৰ কার্যনির্বাহক সভাত বিজেপি নেতাৰ সৈতে হোৱা বৈঠকৰ পাছতেই এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ বিধানসভাত বিধেয়ক আনি এই বিষয়টোক আইনত পৰিণত কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘লাভ জেহাদ’ৰ কথা আমি নিৰ্বাচনৰ সময়ত কৈছিলো৷ লাভ জেহাদ ইয়াত নহ’ব বুলিও কৈছিলো৷ এইবাৰ আমি এই বিষয়টোক লৈ সোনকালেই এখন আইন প্ৰণয়ণ কৰিম৷  এনে এখন আইন আনিম য’ত এনে গোচৰত যাৱজ্জীৱন কাৰাদণ্ড থাকিব।’

ভূমি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অনুমোদন লাগিব

মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে, হিন্দু আৰু মুছলমানৰ মাজত মাটি বিক্ৰী সন্দৰ্ভতো অসম চৰকাৰে সিদ্ধান্ত লৈছে। মাটি ক্ৰয় বিক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সন্মতি লোৱাটো প্ৰয়োজনীয়৷

বিজেপিশাসিত ৰাজ্যত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছে

বিজেপি শাসিত অধিকাংশ ৰাজ্যত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে আইন আছে। এনে পৰিস্থিতিত লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলৈ আগবঢ়া প্ৰথম ৰাজ্যসমূহৰ ভিতৰত অন্যতম উত্তৰ প্ৰদেশ৷ 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

May 6, 2026
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?
জীৱনশৈলী

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

May 6, 2026
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?
জীৱনশৈলী

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

May 6, 2026
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি
জীৱনশৈলী

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

May 6, 2026
Next Post
BSNL 5Gক লৈ বৃহৎ আপডেট, ৰকেট গতিত চলিব ইণ্টাৰনেট

দৈনিক ৰাশিফল- আজি শাওনৰ তৃতীয় সোমবাৰ, ভাগ্য জিলিকি উঠিব কেইবাটাও ৰাশিৰ, অশ্লেষ-মাঘা নক্ষত্ৰৰ বাবে ধন আহিব জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন