• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্ট মাহত বন্ধ হৈ থকা ভাগ্য খোল খাব ৩ ৰাশিৰ, গুৰু গ্ৰহই কৰিব সহায়

আগষ্ট মাহত বন্ধ হৈ থকা ভাগ্য খোল খাব ৩ ৰাশিৰ, গুৰু গ্ৰহই কৰিব সহায়

12 months ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

27 minutes ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

1 hour ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

2 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

3 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

3 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

4 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

4 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

5 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

6 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

7 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

7 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্ট মাহত বন্ধ হৈ থকা ভাগ্য খোল খাব ৩ ৰাশিৰ, গুৰু গ্ৰহই কৰিব সহায়

editor by editor
July 27, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আগষ্ট মাহত বন্ধ হৈ থকা ভাগ্য খোল খাব ৩ ৰাশিৰ, গুৰু গ্ৰহই কৰিব সহায়
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্ট মাহত বন্ধ হৈ থকা ভাগ্য খোল খাব ৩ ৰাশিৰ, গুৰু গ্ৰহই কৰিব সহায়

জ্যোতিষত দেৱগুৰু বৃহস্পতি তথা গুৰু গ্ৰহৰ বিশেষ তাৎপৰ্য আছে। এইটো এটা শুভ গ্ৰহ, যাৰ কৃপাত মানুহৰ সৌভাগ্য শক্তিশালী হয় আৰু নিশ্চিতভাৱে জীৱনত সফলতা লাভ কৰে। ইয়াৰ বাহিৰেও ব্যক্তিজনে উপযুক্ত সময়ত বিয়া পাতি অতি সোনকালে সন্তানৰ সুখ লাভ কৰে।

দৃক পাঞ্চাঙৰ মতে আগষ্ট মাহত গুৰু গ্ৰহৰ দুগুণ ট্ৰেনজিট হ’ব, যাৰ বাবে গুৰু গ্ৰহৰ বাবে ৩ ৰাশিৰ জীৱনত দুবাৰকৈ পৰিৱৰ্তন হ’ব।

আগষ্ট মাহত মেষ, কৰ্কট আৰু মীন ৰাশিৰ লোকে বৃহস্পতিৰ দুগুণ গতিৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে।

অৰ্থনৈতিক অৱস্থা-
নিয়োজিত লোকসকলৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে তেওঁলোকে আৰ্থিক সংকটৰ সন্মুখীন হ’ব নালাগিব। অৱশ্যে এই মাহটো চাকৰি সলনিৰ বাবেও ভাল। প্ৰিয় ঠাইত চাকৰি পাব পাৰে। যিসকল লোকৰ নিজা ব্যৱসায় আছে তেওঁলোকে বিনিয়োগৰ দ্বাৰা লাভৱান হ’ব। ইয়াৰ উপৰিও নতুন অংশীদাৰিত্বৰ পৰা লাভৱান হ’ব আৰু অপ্ৰয়োজনীয় খৰচো হ্ৰাস পাব।

স্বাস্থ্য-
মাহৰ মাজভাগলৈকে স্বাস্থ্য ভালে থাকিব। কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন নহ’ব। যদিও আগষ্ট মাহৰ শেষৰ দিনবোৰত ঋতুভিত্তিক ৰোগে অসুবিধা দিব পাৰে, তথাপিও কোনো ডাঙৰ ৰোগৰ সন্মুখীন হ’ব নালাগিব। আনহাতে, যিসকল ইতিমধ্যে অসুস্থ, তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হ’ব।

সম্পৰ্ক-
সম্পৰ্কৰ ক্ষেত্ৰত আগষ্ট মাহৰ প্ৰাৰম্ভিক দিনবোৰ ভাল হ’ব। সম্পৰ্কত ভুল বুজাবুজিৰ অন্ত পৰিব আৰু আপোনজনৰ লগত সময় কটাবলৈ সুযোগ পাব। যিসকল অবিবাহিত তেঁওলোকে হয়তো নিজৰ সঙ্গীক লগ পোৱাৰ সুযোগ পাব।

সাৱধান-
মহিলা বন্ধুৰ লগত সাৱধান হওক আৰু নিজৰ কামত মনোনিৱেশ কৰক। ইয়াৰ বাহিৰেও বক্তৃতাত সজাগ হওক আৰু সম্পৰ্কত সময় দিয়ক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyhoroscopeRashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা
বিশ্ব

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

July 16, 2026
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা
নিয়োগ

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

July 16, 2026
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’
বিনোদন

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

July 16, 2026
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?
বিনোদন

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

July 16, 2026
Next Post
আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে

আগষ্টত ৩বাৰ স্থান সলনি কৰিব সূৰ্যই, ভাগ্য সোণৰ দৰে চমকিব, প্ৰচুৰ সম্পত্তি লাভ কৰিব এই ৪ ৰাশিৰ জাতকে

আমাৰ ভৰিতেই লুকাই আছে আৰু এটা হৃদপিণ্ড! এই ৰহস্য জানিলে অবাক হ’ব আপুনিও

আমাৰ ভৰিতেই লুকাই আছে আৰু এটা হৃদপিণ্ড! এই ৰহস্য জানিলে অবাক হ’ব আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.