• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

4 weeks ago
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

21 mins ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

17 hours ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

18 hours ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

19 hours ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

19 hours ago
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

20 hours ago
পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

21 hours ago
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

22 hours ago
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

23 hours ago
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

1 day ago
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

2 days ago
এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

2 days ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!

editor by editor
June 7, 2022
in চিনেমা, বিবিধ, বিশ্ব
0
প্ৰাক্তন পত্নীৰে ট্ৰাইলত বিজয়ী, ভাৰতীয় ৰেষ্টুৰেণ্টত ৪৮ লাখ টকাৰ বিজয় উৎসৱ!
0
SHARES
145
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘পত্নী নিৰ্যাতনকাৰী স্বামী’ৰ অভিধাৰ পৰা কলংকমুক্ত হৈ হলিউদৰ অভিনেতা জনী ডেপে এক ব্যয় বহুল বিজয় উৎসৱ পালন কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷

মাৰ্কিন সংবাদ পত্ৰ নিউয়ৰ্ক পোষ্টৰ বাতৰিৰ মতে প্ৰাক্তন পত্নী তথা হলিউদৰ অভিনেত্ৰী এম্বৰ হাৰ্ডৰ বিৰুদ্ধে মানহানি গোচৰত জয়ী হোৱাৰ পিছতে অভিনেতা জনী ডেপে এখন ভাৰতীয় ৰেষ্টুৰেণ্টত প্ৰায় ৪৮.১ লাখ টকা ব্যয় কৰি বিজয় উৎসৱ উদযাপন কৰে৷

বাতৰিটোৰ মতে, মানহানি গোচৰত জয়ী হোৱাৰ পিছতে বন্ধু বৰ্গকলৈ অভিনেতা জনী ডেপে যোৱা দেওবাৰে ইংলেণ্ডৰ বাৰ্মিংহামত এখন ভাৰতীয় ৰেষ্টুৰেণ্টত ৬২ হাজাৰ মাৰ্কিন ডলাৰতকৈ অধিক ধন খৰচ কৰি বিজয় উৎসৱ পালন কৰে৷

 

লগতে পঢ়ক ‘হতাশাত ভূগিছে ক্ৰিকেটৰ ভগৱানৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰ!’ চিন্তিত কপিল দেৱ!

শেহতীয়াকৈ পাইৰেটছ অৱ দ্য কেৰিবিয়ান তাৰকাগৰাকীক যোৱা বুধবাৰে ভাৰ্জিনিয়াৰ ফেয়াৰফেক্সৰ এখন আদালতে প্ৰাক্তন পত্নী এম্বৰ হাৰ্ডৰ বিৰুদ্ধে হোৱা মানহানিৰ গোচৰত ১৫ মিলিয়ন ডলাৰ প্ৰদান কৰিছিল।

৫৮ বছৰীয়া অভিনেতাগৰাকীয়ে ‘বাৰ্মিংহামৰ সৰ্ববৃহৎ ভাৰতীয় ৰেষ্টুৰেণ্ট’ খ্যাত ‘বাৰাণসী’ত ভাৰতীয় খাদ্যৰ সৈতে ৰোজ চেম্পেইনেৰে পাৰ্টি উদযাপন কৰিছিল।

বাৰাণসীৰ অপাৰেচন ডাইৰেক্টৰ মহম্মদ হুছেইনে নিউয়ৰ্ক পোষ্টক জনায় যে দেওবাৰে বিয়লি তেওঁলোকলৈ এটা ফোন কৰি জনী ডেপে তেওঁৰ বন্ধু বান্ধৱৰ সৈতে খাবলৈ আহিব বিচাৰে।

 

লগতে পঢ়ক সংগীয়ে আপোনাক তেওঁৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিছে নেকি? কেনেকৈ জানিব?

‘‘মই থতমত খাইছিলো৷ আৰু প্ৰথমতে, মই ভাবিছিলো যে হয়তো কৌতুক হ’ব পাৰে! কিন্তু তাৰ পিছত তেওঁৰ নিৰাপত্তাৰক্ষীৰ দল আহি ৰেষ্টুৰেণ্টখন চেক আউট কৰিলে, আৰু আমি তেওঁলোকক ৰেষ্টুৰেণ্টৰ গোটেই ঠাইখন দিবলৈ দিলো৷ কাৰণ আমি চিন্তিত আছিলো যে তেওঁ হয়তো আন লোকে তেওঁলোকক আমনি কৰিব পাৰে!’’ হুছেইনে লগতে কয়।

মিষ্টাৰ ডেপে বন্ধু বৰ্গৰ সৈতে ৰেষ্টুৰেণ্টখনত প্ৰায় তিনি ঘণ্টা সময় পাৰ্টি কৰি মেনেজাৰৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালক সাক্ষাৎ কৰি তাৰ পিছত গুচি যায় বুলিও কোৱা হৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHollywoodHollywood actorJohnny Depp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা
বিবিধ

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

July 6, 2022
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!
ভাৰত

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

July 5, 2022
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?
ৰাজনীতি

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

July 5, 2022
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?
বিবিধ

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

July 5, 2022
Next Post
প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

প্ৰাক্তন স্বামীৰে মানহানি গোচৰত পৰাজয়, এম্বৰ হাৰ্ডক বিবাহৰ প্ৰস্তাৱ কোন চৌদি পুৰুষৰ?

কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

কংগ্ৰেছৰ খাকী কাপোৰ জ্বলোৱাৰ বিৰুদ্ধে RSSৰ ‘চাদ্দী’ অভিযান! কি এই চাদ্দী অভিযান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.