• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো আত্মীয় কাঞ্চনজংঘাত যাত্ৰা কৰিছিল নেকি? সবিশেষ তথ্য লাভৰ বাবে ফোন কৰিব পাৰে এইকেইটা হেল্পলাইন নম্বৰত

কোনো আত্মীয় কাঞ্চনজংঘাত যাত্ৰা কৰিছিল নেকি? সবিশেষ তথ্য লাভৰ বাবে ফোন কৰিব পাৰে এইকেইটা হেল্পলাইন নম্বৰত

2 years ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

9 hours ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

9 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

9 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

10 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

11 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

11 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

12 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

13 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

13 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

14 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনো আত্মীয় কাঞ্চনজংঘাত যাত্ৰা কৰিছিল নেকি? সবিশেষ তথ্য লাভৰ বাবে ফোন কৰিব পাৰে এইকেইটা হেল্পলাইন নম্বৰত

কোনো আত্মীয় কাঞ্চনজংঘাত যাত্ৰা কৰিছিল নেকি? সবিশেষ তথ্য লাভৰ বাবে ফোন কৰিব পাৰে এইকেইটা হেল্পলাইন নম্বৰত

editor by editor
June 17, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
কোনো আত্মীয় কাঞ্চনজংঘাত যাত্ৰা কৰিছিল নেকি? সবিশেষ তথ্য লাভৰ বাবে ফোন কৰিব পাৰে এইকেইটা হেল্পলাইন নম্বৰত
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাৰ স্মৃতিক আকৌ এবাৰ মনত পেলাই দিছে কাঞ্চনজংঘা এক্সপ্ৰেছে৷ কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত ৫গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে৷ আহত হৈছে কেইবাজনো লোক৷ এই ঘটনাৰ খবৰ ভাইৰেল হোৱাৰ লগে লগেই আত্মীয় স্বজনে বিভিন্ন ষ্টেচনত খবৰৰ বাবে ভিৰ কৰাও পৰিলক্ষিত হৈছে৷ ইতিমধ্যেই খবৰৰ বাবে মুকলি কৰি দিয়া হৈছে কেইবাটাও হেল্পলাইন নম্বৰ৷

ৰে’ল বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি দুৰ্ঘটনাগ্ৰস্থ কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰীসকলৰ সন্ধানৰ বাবে পৰিয়ালক সম্পূৰ্ণ সহায় কৰিব ৰে’ল বিভাগে৷ ইতিমধ্যে সহায়ৰ বাবে সাজু হৈছে হাওৰা, শিয়ালদহ, কাটিহাৰ, আলুবাড়ি, ডালখোলা, কিষাণগঞ্জ, লামডিঙকে ধৰি কেইবাটাও ষ্টেচনে মুকলি কৰি দিছে হেল্পলাইন নম্বৰ৷

শিয়ালদহ ষ্টেচনৰ হেল্পলাইন নম্বৰ- 033-23508794, 033-23833326

হাওৰা ষ্টেচনৰ হেল্পলাইন নম্বৰ- 03326413660, আৰু হাওৰা ষ্টেচনৰ অনুসন্ধান কাৰ্যালয় নম্বৰ- 033-26402242, 033-26402243

নিউ বঙাইগাওঁ ষ্টেচন ইমাৰ্জেন্সি নম্বৰ- 9435021417, 9287998179

আলুবাৰী ৰোড ইমাৰজেন্সি নম্বৰ- 8170034235

লামডিং ইমাৰজেন্সি নম্বৰ- 03674263958, 03674263831, 03674263120, 03674263126, 03674263858

বদৰপুৰ হেল্পলাইন নম্বৰ- 03843268424, 03843269546, 03843269548, 03843269547

কিষাণগঞ্জ ইমাৰজেন্সি নম্বৰ-  7542028020, 06456-226795

উল্লেখ্য যে, আ আগৰতলা (ত্ৰিপুৰা)ৰ পৰা ছিয়ালদাহ (পশ্চিম বংগ)লৈযাত্ৰা কৰিছিল কাঞ্চনজংগা এক্সপ্ৰেছ।
পুৱা প্ৰায় ৯ বজাত দুৰ্ঘটনাত পতিত হৈছে এই এক্সপ্ৰেছ৷

নিউ জলপাইগুৰি ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা, এই ঠাইখন কাটিহাৰ ৰেল সংমণ্ডলৰ অন্তৰ্গত। 
 ১৩১৭৪ নম্বৰ কাঞ্চনজুংগা এক্সপ্ৰেছৰ সৈতে সংঘৰ্ষ হয় মালবাহী ৰে’লৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?
বিনোদন

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

September 12, 2026
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!
বাণিজ্য

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

September 12, 2026
Next Post
বুধাদিত্য ৰাজযোগেৰে আৰম্ভ হৈছে সপ্তাহ, প্ৰেম জীৱন ভৰি উঠিব এই ৫ৰাশিৰ জাতকৰ

বুধাদিত্য ৰাজযোগেৰে আৰম্ভ হৈছে সপ্তাহ, প্ৰেম জীৱন ভৰি উঠিব এই ৫ৰাশিৰ জাতকৰ

দুৰ্ঘটনাগ্ৰস্থ কাঞ্চনজংঘা এক্সপ্ৰেছত লামডিঙৰ পৰা উঠা যাত্ৰীৰ তালিকা প্ৰকাশ, কিমানজন যাত্ৰী আছিল এই এক্সপ্ৰেছত? সবিশেষ

দুৰ্ঘটনাগ্ৰস্থ কাঞ্চনজংঘা এক্সপ্ৰেছত লামডিঙৰ পৰা উঠা যাত্ৰীৰ তালিকা প্ৰকাশ, কিমানজন যাত্ৰী আছিল এই এক্সপ্ৰেছত? সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.