• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলি আছে ৰাজযোগ, প্রধানমন্ত্ৰীৰ আসনত আকৌ বহিব মোদী, ৪০০ আসন কোনোকাৰণতে লাভ নকৰে বিজেপিয় দাবী জ্যোতিষশাস্ত্ৰৰ

চলি আছে ৰাজযোগ, প্রধানমন্ত্ৰীৰ আসনত আকৌ বহিব মোদী, ৪০০ আসন কোনোকাৰণতে লাভ নকৰে বিজেপিয় দাবী জ্যোতিষশাস্ত্ৰৰ

3 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

2 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

2 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

3 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

3 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

4 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

5 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

6 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

7 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

8 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

9 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চলি আছে ৰাজযোগ, প্রধানমন্ত্ৰীৰ আসনত আকৌ বহিব মোদী, ৪০০ আসন কোনোকাৰণতে লাভ নকৰে বিজেপিয় দাবী জ্যোতিষশাস্ত্ৰৰ

editor by editor
February 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
চলি আছে ৰাজযোগ, প্রধানমন্ত্ৰীৰ আসনত আকৌ বহিব মোদী, ৪০০ আসন কোনোকাৰণতে লাভ নকৰে বিজেপিয় দাবী জ্যোতিষশাস্ত্ৰৰ
0
SHARES
358
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ জোঁটে ৪০০খন আসন পাবই। বৰ্তমান সংসদৰ শেষ লোকসভা অধিবেশনত এই দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আগন্তুক এপ্ৰিল, মে মাহত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মোদীৰ দাবী এই নিৰ্বাচনত বিজেপিয়ে অকলেই ৩৭০খন আসন পাব। এনডিএ জোঁটে মুঠ ৪০০খন আসন লাভ কৰিব।

২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩৭শতাংশ ভোট লাভ কৰি ৩০৩ খন আসন লাভ কৰি ক্ষমতাৰ গাদীত বহিছিল। ২০১৪ চনৰ নিৰ্বাচনত ৫৪৩খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিছিল ২৮২ আসন আৰু ৩১শতাংশ ভোট। এইবাৰো নিজয় বিজয়ৰ ধাৰ অক্ষুণ্ণ ৰাখি ক্ষমতালৈ আহিব পাৰিবনে বিজেপি চৰকাৰে? জ্যোতিষ গণনাই কি কৈছে? ইণ্ডিয়া জোঁটে টক্কৰ দিব পাৰিবনে মোদীৰ সৈতে সকলোবোৰ তথ্য জ্যোতিষ গণনাৰ অন্তত প্ৰকাশ কৰিছে জ্যোতিষীয়ে।

ইণ্ডিয়া জোঁটৰ ভাগ্য গণনা
ছমাহ পূৰ্বে অৰ্থাৎ ১৮ জুলাই ২০২৩ৰ বিয়লী ৪বাজি ২০মিনিটত বাংগালুৰুত সাংবাদিক সন্মিলন সম্বোধন কৰিছিল বিৰোধী জোঁট ইণ্ডিয়াই। ২৭টা বিৰোধী দল মিসি এই জোঁট গঠন হৈছিল। এই জোঁটৰ জন্মছকত চন্দ্ৰ, বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হৈ আছে ৰাজযোগ আৰু ধনযোগ। কিন্তু ইয়াৰ সৈতে আছে বৃশ্চিক ৰাশিত শুক্ৰৰ বিংশোত্তৰী দশা আৰু শনিৰ অশুভ প্ৰভাৱ। ইয়াৰ ফলত দ্ৰুত ‘ইণ্ডিয়া জোটৰ সদস্যসকলৰ মাজত মতপাৰ্থক্যই দেখা দিব বুলি জ্যোতিষ শাস্ত্ৰ গণনাই বাখ্যা কৰিছিল। জ্যোতিষ গণনা সঁচা প্ৰমাণিত হৈ ইণ্ডিয়া জোঁটক এইবাৰ ধাক্কা দিছে নীতিশ কুমাৰে। নীতিশৰ দলে ইণ্ডিয়া জোঁট এৰি এনডিএত যোগ দিছে। এই জোটৰ ছকত বৰ্তমান আছে বৃহস্পতিৰ বিংশোত্তৰী দশা আৰু শনিৰ তৃতীয় দৃষ্টি। জ্যোতিষ বিদ্যাই দাবী কৰা অনুসৰি ইণ্ডিয়া জোঁটৰ পক্ষে লোকসভা নিৰ্বাচনত জয়ী হোৱা মুঠেও সহজ নহয়। এয়া একপ্ৰকাৰ অসম্ভৱেই। নৱম ঘৰত সূৰ্য আৰু চন্দ্ৰৰ ৰাজযোগৰ প্ৰভাৱত কংগ্ৰেছ, তৃণমূল আৰু ডিএমকেই পূৰ্বৰ তুলনাত বেছি আসন লাভ কৰিবলৈ সক্ষম হ’ব।

কংগ্ৰেছৰ ভাগ্যত কি আছে?
স্বাধীনতাৰ পাছৰে পৰা ভাৰতৰ ৰাজনীতিত পাঁচ দশক ধৰি কংগ্ৰেছৰ নিয়ন্ত্ৰণ আছিল। ২০১৪ ৰ লোকসভা নিৰ্বাচনত তেওঁলোকে আসন পাইছিল মাত্ৰ ৪৪খন। ২০১৯ত এই আসন বাঢ়ি হয়গৈ ৫২খন। ২০২৪ত কংগ্ৰেছ দলৰ বৰ বিশেষ উন্নতি নহ’ব বুলি জনাইছে জ্যোতিষবিদে। বৰ্তমান কংগ্ৰেঠৰ ছকত বৃহস্পতি আৰু ৰাহুৰ বিংশোত্তৰী দশা চলি আছে। ইয়াৰ সৈতে ৰাহুৰ অন্তৰ্দশা আৰু চন্দ্ৰ পঞ্চমেশ যোগৰ শুভ প্রভাৱো পূৰ্বৰে পৰাই আছে। সেয়ে কংগ্ৰেছ দলে ’১৪ আৰু ’১৯ৰ তুলনাত কেইখনমান আসন বেছিকৈ লাভ কৰিব।

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত মোদী বহিবনে?

১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটৰ ভাডনগৰত জন্ম হৈছিল নৰেন্দ্ৰ মোদীৰ। জন্মছক অনুসৰি তেওঁ বৃশ্চিক ৰাশিৰ জাতক, ইয়াৰ সৈতে মোদীৰ জন্মচক অনুসৰি চন্দ্ৰ আৰু মঙ্গলৰ ৰাজযোগো আছে। এই ৰাজযোগৰ প্ৰভাৱতেই ৰাজনীতিত বিপুল সাফল্য লাভ কৰিছে মোদীয়ে। কেন্দ্ৰত বৃহস্পতি আৰু গজকেশৰী যোগৰ প্ৰভাৱত ভৱিষ্যতে আৰু সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে মোদীৰ। বৰ্তমান শনি আৰু মঙ্গলৰ বিংশোত্তৰী দশাত অশুভ প্ৰভাৱ তৈয়াৰ হৈছে। ইয়াৰ ফলত আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ দলৰ আসন কিছু পূৰ্বতকৈ কমিব। ইয়াৰ ফলত চৰকাৰ গঠনৰ বাবে তেওঁ ওড়িশাৰ নবীন পট্টনায়কৰ সহায় ল’ব পাৰে।

১৯৮০ চনৰ ৬এপ্ৰিলত দিল্লীত বিজেপি দলৰ প্ৰতিষ্ঠা হৈছিল। এই দলৰ ছকত ১৭ফেব্ৰুৱাৰী ২০২৪ চনৰ ১৮ জুলাইৰ পৰা ২০২৫ চন পৰ্যন্ত চলিব চন্দ্ৰ আৰু বুধৰ বিংশোত্তৰী দশা। চন্দ্ৰৰ নীচভংগ যোগ আৰু শনি মঙ্গল যোগৰ প্ৰভাৱত এপ্ৰিল মে মাহত কিছু বিতৰ্কত সোমাই পৰিব পাৰে বিজেপিয়ে। ইয়াৰ ফলত লোকসভা নিৰ্বাচনত তেওঁলোক জয়ী হ’লেও আসনৰ সংখ্যা কমিব পাৰে। মোদীয়ে দাবী কৰিলেও ৪০০ আসনৰ লক্ষ্য পূৰণ নহয় বুলি জ্যোতিষ গণনাত পোৱা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
পাৰফেক্ট জীৱনসংগী বাচি লওক ৰাশি মানি! সাতোজন্মলৈকে অটুত থাকিব সম্পৰ্ক

পাৰফেক্ট জীৱনসংগী বাচি লওক ৰাশি মানি! সাতোজন্মলৈকে অটুত থাকিব সম্পৰ্ক

প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে OBC বুলি আভুৱা ভাৰিছে, মোদী কিয় OBC নহয় প্ৰমাণ দাঙি ধৰিলে ৰাহুল গান্ধীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে OBC বুলি আভুৱা ভাৰিছে, মোদী কিয় OBC নহয় প্ৰমাণ দাঙি ধৰিলে ৰাহুল গান্ধীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.