১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?
বিশ্বৰ প্ৰথম দেশ হিচাপে অনূৰ্ধ্ব ১৬ কিশোৰ-কিশোৰীয়ে ছচিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰিছে অষ্ট্ৰেলিয়াই৷ বিগত বছৰৰ নৱেম্বৰত সেই দেশৰ হাউছ অফ...





