PHEত অক্টোপাছ ৰৌশন কানকানি। ৰৌশন বিভাগটোৰ উঠিৰজা-বহিৰজা। সীমাহীন দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ অভিযোগ। ৰৌশন কানকানিৰ প্ৰৱঞ্চনাৰ বলি ৪ অৱসৰপ্ৰাপ্ত অভিযন্তা। জনস্বাস্থ্য কাৰিকৰীৰ ‘ৱাটাৰ পেনিট্ৰেচন’ৰ কামতো দুৰ্নীতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ