• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফুলেৰে সজোৱা পোছাক! আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাই হালধিত পিন্ধা পোছাকৰ দাম কিমান?

ফুলেৰে সজোৱা পোছাক! আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাই হালধিত পিন্ধা পোছাকৰ দাম কিমান?

2 years ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

2 minutes ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

34 minutes ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

1 hour ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

2 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

2 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

3 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

3 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

4 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

5 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

6 hours ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফুলেৰে সজোৱা পোছাক! আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাই হালধিত পিন্ধা পোছাকৰ দাম কিমান?

ফুলেৰে সজোৱা পোছাক! আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাই হালধিত পিন্ধা পোছাকৰ দাম কিমান?

editor by editor
July 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ফুলেৰে সজোৱা পোছাক! আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাই হালধিত পিন্ধা পোছাকৰ দাম কিমান?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডেই হওক বা নেটদুনীয়া৷ সকলোতে এতিয়া মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াক লৈ চলিছে চৰ্চা৷ বিয়াৰ তাৰিখ ১২ জুলাই হ’লেও প্ৰাক-বিবাহ অনুষ্ঠান আৰম্ভ হৈছে মাৰ্চ মাহৰ পৰাই৷ গুজৰাটৰ জামেনগৰত ধুমধামেৰে আয়োজন কৰা হৈছিল প্ৰথমটো প্ৰাক বিবাহৰ অনুষ্ঠান৷ তিনি দিন ধৰি চলা অনুষ্ঠানত ব্যয় হৈছিল কেইবাকোটি টকা৷ তাৰপিছতেই দ্বিতীয় প্ৰাক বিবাহৰ অনুষ্ঠান আয়োজন কৰা হৈছিল ইটালিৰ বিলাসবহুল ক্ৰুজত৷ বিয়াৰ সমস্ত অনুষ্ঠান আৰম্ভ হৈছে বিগত সপ্তাহৰ পৰা৷ সংগীতৰ অনুষ্ঠানৰ ছবি ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই এইবাৰ ভাইৰেল হৈছে হালধি অনুষ্ঠানৰ ছবি, ভিডিঅ’৷ ৰাধিকাই পৰিধান কৰা পোছাকে এইবাৰ দৃষ্টি কাঢ়িছে নেটদুনীয়াত৷

ৰাধিকাই পৰিধান কৰা পোছাক দেখি আগ্ৰহ বাঢ়িছে ফেশ্বনপ্ৰেমীৰ৷ বহুতেই ৰাধিকাৰ পোছাক কোনে ডিজাইন কৰিছে? এই পোছাকৰ দাম কিমান সেয়া জানিবলৈ আগ্ৰহী হৈ উঠিছে৷ ৰাধিকাই হালধি অনুষ্ঠানত পৰিধান কৰা বিশেষ দুপাত্তাখন ফ্ৰেছ ফুলেৰে তৈয়াৰ কৰা৷ পোছাকশিল্পী অনামিকা খান্নাই হালধিত পিন্ধা লেহেংগাৰ ডিজাইন তৈয়াৰ কৰিছে৷ ৰাধিকাৰ লেহেংগাৰ সকলোতকৈ বেছি আকৰ্ষণীয় বিষয়টোৱেই আছিল তেওঁৰ দুপাত্তাখন৷ নাৰ্জি ফুলৰ বৰ্ডাৰ আৰু সৰু সৰু বগা ফুলেৰে কাম কৰা হৈছে বিশেষ দুপাত্তাখনত, ৰাধিকাৰ পোছাক তৈয়াৰৰ দায়িত্বত আছিল ষ্টাইলিছ ৰিয়া কাপূৰ৷ আৰু দুপাত্তাৰ কাম কৰিছে ড্ৰেপিং শিল্পী ডলি জৈন৷

পোছাকৰ সৈতে অলংকাৰতো পৰিধান কৰিছিল ফ্ৰেছ ফুল৷ মুঠতে সকলোতে ব্যতিক্ৰম দেখা গৈছে ৰাধিকাক৷ ৰাধিকাই অত্যধিক মেকআপ কাহানিও পছন্দ নকৰে৷ হালধীয়া লেহেংগাৰ সৈতে এইবাৰো পাতল মেকআপেই লৈছে তেওঁ৷ উইংগড আইলাইনাৰ, ছিমাৰিং আইছেড’, লিকুইড হাইলাইটাৰ, সৰু কলা টিপ আৰু পাতল গোলপীয়া ৰঙৰ লিপষ্টিক পৰিধান কৰিছে আম্বানীৰ হবলগীয়া বোৱাৰী ৰাধিকাই৷

এই দিনটোত নীতা আম্বানীৰ সাজক লৈয়ো চৰ্চা চলিছে৷ কিন্তু এইবাৰ তেওঁৰ হ’বলগীয়া বোৱাৰীয়েকক এইবাৰ নীতাতকৈ বেছি সুন্দৰী দেখা গৈছে বুলি প্ৰকাশ কৰিছে বেছিসংখ্যক নেটিজেনেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি
জীৱনশৈলী

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

May 26, 2026
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?
জীৱনশৈলী

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

May 26, 2026
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

May 26, 2026
Next Post
বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

কাজিয়া কৰিলে প্ৰেম বাঢ়ে, গৱেষণাত প্ৰকাশ পাইছে তথ্য, মান অভিমানৰ আৰু কি কি সুফল আছে?

কাজিয়া কৰিলে প্ৰেম বাঢ়ে, গৱেষণাত প্ৰকাশ পাইছে তথ্য, মান অভিমানৰ আৰু কি কি সুফল আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.