• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ঘৰ সলনিত ভাগ্য সলনি হ’ব! ৰকেট গতিত উন্নতি হ’ব ৫ৰাশিৰ, লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

শনিৰ ঘৰ সলনিত ভাগ্য সলনি হ’ব! ৰকেট গতিত উন্নতি হ’ব ৫ৰাশিৰ, লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

1 year ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

28 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

49 minutes ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

1 hour ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

2 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

4 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

6 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

7 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

8 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

9 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ঘৰ সলনিত ভাগ্য সলনি হ’ব! ৰকেট গতিত উন্নতি হ’ব ৫ৰাশিৰ, লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

শনিৰ ঘৰ সলনিত ভাগ্য সলনি হ’ব! ৰকেট গতিত উন্নতি হ’ব ৫ৰাশিৰ, লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

editor by editor
May 8, 2025
in জীৱনশৈলী, ভাৰত
0
শনিৰ ঘৰ সলনিত ভাগ্য সলনি হ’ব! ৰকেট গতিত উন্নতি হ’ব ৫ৰাশিৰ, লাকী ৰাশিৰ তালিকাত কোন কোন আছে?
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনা অনুসৰি মীন ৰাশিত শনিদেৱ পশ্চাদমুখী হৈছে৷ আগন্তুক ১৩ জুলাইৰ পৰা শনি বক্ৰী হব আৰু ২৮ নৱেম্বৰ ২০২৫ তাৰিখে আকৌ চিধা গতিত যাত্ৰা কৰিব৷ শনিৰ বক্ৰী দশাত কিছু ৰাশিৰ বাবে সমস্যা তৈয়াৰ হ’ব যদিও কিছু ৰাশিৰ বাবে উপকাৰো হব৷ শনি বক্ৰী হোৱাৰ কাৰণে, শনিৰ চাৰেসাতি আৰু ঢাইয়াৰ প্ৰভাৱত যিসকল ভূগিছে তেওঁলোকো উপকৃত হব৷

কোন কোন ৰাশিৰ জাতকে এই সুবিধা পাব?

শনিৰ বিপৰীতমূখী গতিৰ ফলত পাঁচ ৰাশিৰ জাতক জাতিকা উপকৃত হব৷ ইয়াৰ মাজত আছে মেষ, মিথুন, কৰ্কট, কুম্ভ আৰু মীন৷ ইয়াৰ পাছতেই নৱেম্বৰত যেতিয়া শনিয়ে চিধা গতিত আহিব তেতিয়াই এই ৰাশিচক্ৰৰ জাতকে আৰু সুবিধা পোৱাৰ সম্ভাৱনা আছে৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাসকলৰ যদি দীৰ্ঘদিন ধৰি কাৰোবাৰ সৈতে আইনী বা পাৰস্পৰিক বিৰোধ থাকে তেন্তে সেয়া শেষ হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ যিসকলে বেছ কিছুদিন ধৰি তেওঁলোকৰ কৰ্মজীৱন আৰু ব্যৱসায়ত ক্ষতিৰ সন্মুখীন হৈছে তেওঁলোকে এতিয়া লাভ পাব৷

কৰ্কট ৰাশি

এই সময়ত কৰ্কট ৰাশিৰ জাতক জাতিকা বিনিয়োগৰ পৰা লাভৱান হ’ব আৰু ভাল ৰিটাৰ্ণ পাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কাৰোবাৰ পৰা আৰ্থিক সাহাৰ্য্য ল’ব পাৰে আৰু নেটৱৰ্কিঙৰ পৰা উপকৃত হব৷

মীন ৰাশি

মীন ৰাশিৰ জাতক জাতিকাসকলে সফলতা লাভ কৰিব৷ সাংসৰিক জীৱন সুখৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

July 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

July 17, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

July 17, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

July 17, 2026
Next Post
জম্মুত ব্লেকআউট, ভাৰতীয় S-400য়ে আকাশতে ধ্বংস কৰিছে কেইবাখনো পাকিস্তানী ড্ৰোণ, জম্মুত বাৰে বাৰে বাজিছে চাইৰেণ

জম্মুত ব্লেকআউট, ভাৰতীয় S-400য়ে আকাশতে ধ্বংস কৰিছে কেইবাখনো পাকিস্তানী ড্ৰোণ, জম্মুত বাৰে বাৰে বাজিছে চাইৰেণ

পাকিস্তানে আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণ! ভাৰতৰ S-400 য়ে আকাশতে ধ্বংস কৰিলে ৮খন পাকিস্তানী ড্ৰোণ

পাকিস্তানে আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণ! ভাৰতৰ S-400 য়ে আকাশতে ধ্বংস কৰিলে ৮খন পাকিস্তানী ড্ৰোণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.