ইছমাইল হুছেইনে আজিও কিয় এক শৰণ নাম-ধৰ্ম গ্ৰহণ কৰা নাই, যদি মহাপুৰুষজনাক গুৰু বুলি তেওঁ ভাবেই ? নতুন অভিধান প্ৰণয়নেৰে হুছেইনে ‘শব্দ জেহাদ’ চলাব বিচাৰিছে নেকি? এনে বহু প্ৰশ্নৰ আজি উত্তৰ দিব গৱেষক ইছমাইল হুছেইনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ