• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত

হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত

3 months ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

12 minutes ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

34 minutes ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

1 hour ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

2 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

2 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

3 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

4 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

6 hours ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

8 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

8 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত

হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত

editor by editor
April 2, 2026
in জীৱনশৈলী
0
হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্মাৱলম্বীসকলৰ বাবে চ’ত মাহ অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই মাহত পালিত হয় চ’ত নৱৰাত্ৰি, বাসন্তী পূজা, অন্নপূৰ্ণা পূজা, ৰাম নৱমী আৰু হনুমান জয়ন্তী৷ চ’ত মাহৰ পূৰ্ণিমা তিথিতেই হনুমান জয়ন্তী পালন কৰা হয়৷ বজৰংবলীক কোৱা হয় কলিযুগৰ দেৱতা৷ আজি ২ এপ্ৰিল বৃহস্পতিবাৰে হনুমান জয়ন্তী পালন কৰা হ’ব৷ এই দিনটোত বজৰংবলীৰ পূজা কৰে তেওঁৰ ভক্তসকলে৷ সংকটমোচন হনুমানৰ কৃপা লাভ কৰিলে জীৱনৰ সকলো দুখ দুৰ্দশাৰ পৰা মুক্তি পোৱা যায়৷

বাস্তুবিদসকলে জনাইছে যে হনুমান জয়ন্তীত কেইবিধমান সামগ্ৰী ঘৰলৈ আনিলে প্ৰসন্ন হ’ব বজৰংবলী৷ তেওঁলোকৰ আশীৰ্বাদৰ ফলত সমগ্ৰ বছৰজুৰি আপোনাৰ ওপৰত বৰ্তি থাকিব৷ জানি থওক বাস্তু বিশেষজ্ঞৰ মতে হনুমান জয়ন্তীত কি কি সামগ্ৰী ঘৰলৈ আনিলে শুভ শক্তি সংসাৰত বৰ্তি থাকিব?

সেন্দুৰ

হনুমানৰ সম্পৰ্কে তুলসী দাসে কৈছিল, লাল দেহ লালি লাছে আৰু ধৰ লাল লঙ্গুৰ৷ এই শ্লোকৰ পৰাই বোজা গৈছে যে ৰঙা ৰং হনুমানৰ অত্যন্ত প্ৰিয়৷ সেই কাৰণেই সেন্দুপ খুবেই ভালপায় বজৰংবলীয়ে৷ হনুমানপ পুজাত সেন্দুৰ অৱশ্যই নিবেদন কৰা জৰুৰী৷ পুৰাণ অনুসৰি হনুমান জয়ন্তীত ঘৰত সেন্দুৰ আনিলে শুভ ফল পোৱা যায়৷ এই দিনটোত ঘৰত সেন্দুৰ আনক আৰু বজৰংবলীক নিবেদন কৰক৷ সেন্দুৰ পানীত গুলি হনুমানৰ মূৰ্তিৰ গাত লেপন দিব পাৰে৷ ইয়াৰ ফলত বজৰংবলীৰ আশীৰ্বাদ লাভ কৰিব৷

হনুমানৰ ছবি

হনুমানৰ ৰূপ ঈশ্বৰৰ উপাসনা কৰা শুভ বুলি ধাৰণা কৰা হয়৷ হনুমান জয়ন্তীত ঘৰত হনুমানৰ মূৰ্তি আনক বা ছবি আনক৷ ইয়াৰ ফলত আপোনাৰ ঘৰত পজিটিভ এনাৰ্জি প্ৰবাহিত হব৷ এই শুভ শক্তি  সংসাৰত থাকিলে সমস্ত বিপদ দূৰ হব৷ সুখ শান্তিৰ পৰিবেশ থাকিব৷

বজৰংবলীৰ অস্ত্ৰ

বজৰংবলীৰ অস্ত্ৰ হৈছে গদা৷ এই অস্ত্ৰ দি তেওঁ অশুভ শক্তি নাশ কৰে৷ সেয়ে গদা শুভ শক্তিৰ প্ৰতীক৷ হনুমান জয়ন্তীত ঘৰত এটা সৰু গদা আনিব পাৰে৷ ঘৰত নিগেটিভ এনাৰ্জি থাকিলে গদাৰ শুভ শক্তিয়ে সেয়া দূৰ কৰাত সহায় কৰিব৷ বহুতেই সৰু গদা চেইন বা মালাত পিন্ধি থাকে৷ পূজাৰ স্থানতো এই গদা ৰাখিব পাৰে৷ পূৰ্বে গদাৰ পূজা অৱশ্যেই কৰিব৷

কুঠাৰ

ঘৰত বাস্তু দোষ থাকিলে সেয়া দূৰ কৰিবলৈ হনুমান জয়ন্তীত ঘৰত এটি সৰু তামৰ কুঠাৰ লৈ আনক৷ এই সৰু তামৰ কুঠাৰে আপোনাৰ জীৱনৰ সকলো অশুভ শক্তিক দূৰ কৰাত সহায় কৰে বুলি বাস্তু বিশেষজ্ঞই দাবী কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

July 11, 2026
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!
জীৱনশৈলী

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

July 11, 2026
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 11, 2026
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক
জীৱনশৈলী

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

July 11, 2026
Next Post
বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

বজৰংবলীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, এই ৬ঘটনা তাৰেই ইংগিত

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.