• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

8 months ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

31 minutes ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

60 minutes ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

1 hour ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

2 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

3 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

5 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

7 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

8 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

20 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

21 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

editor by editor
January 5, 2026
in জীৱনশৈলী, বিবিধ
0
শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পদ, সমৃদ্ধি আৰু বিলাসিতাৰ প্ৰতীক গ্ৰহ হৈছে শুক্ৰ৷ শীঘ্ৰেই শুক্ৰই প্ৰৱেশ কৰিব শনিৰ ৰাশিত৷ জ্যোতিষশাস্ত্ৰ অনুসৰি শুক্ৰক শুভ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ কাৰণ ই সম্পদ, সমৃদ্ধি, বস্তুগত সুখ, প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক গ্ৰহ৷ ৰাশিচক্ৰত শুক্ৰ শুভ হ’লে ব্যক্তিয়ে কেতিয়াও অৰ্থৰ অভাৱত নপৰে৷ আগন্তুক ১২ জানুৱাৰী ২০২৬ত শুক্ৰই মকৰ ৰাশিত গোচৰ কৰিব৷ ৬ ফেব্ৰুৱাৰী ২০২৬ পৰ্যন্ত মকৰ ৰাশিত অৱস্থান কৰিব৷ তাৰপাছতেই কুম্ভ ৰাশিলৈ গমন কৰিব৷ এই তিনি সপ্তাহৰ ভিতৰত চাৰিটা ৰাশিৰ হাতলৈ বিপুল সম্পদ আহিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি শুক্ৰ৷ এই ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ গোচৰ খুবেই উপকাৰী হ’ব৷ ৰৈ থকা অৰ্থ পুনৰুদ্ধাৰ কৰিব পাৰে৷ আয় বৃদ্ধি পাব পাৰে আৰু বেংক বেলেন্স বৃদ্ধি পাব৷ নতুন কোনো কাম বা ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰাৰ বাবে এই সময় ভাল সময়৷ চিংগলসকল নতুন সম্পৰ্কত সোমাই পৰিব৷ বিবাহিত ব্যক্তিৰ জীৱনলৈ সুখ আহিব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকে অপ্ৰত্যাশিত আৰ্থিক লাভ কৰিব পাৰে৷ কোনো পুৰণি গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিব পাৰে৷ আপুনি কোনো সুসংবাদ বা কাৰোবাৰ পৰা উপহাৰ পাব পাৰে৷ নতুন ফ্লেট বা ঘৰত কোনো ইচ্ছা থাকিলে, এই সময়ত ডাউন পেমেণ্ট কৰিব পাৰে৷ চাকৰিয়ালে তেওঁলোকৰ লক্ষ্য অৰ্জন কৰিব পাৰে৷ আনন্দ লাভ কৰিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে এই সময়ত চিংগল হ’লে জীৱনত প্ৰেম বিচাৰি পাব পাৰে৷ ভাল সময় কটাব৷ চিংগলসকলে জীৱনসংগী বিচাৰি পাব পাৰে৷ পুৰণি বিনিয়োগ লাভজনক হ’ব পাৰে৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ আৰ্থিক অগ্ৰগতি সম্ভৱন হব৷

ধনু ৰাশি

শুক্ৰৰ গোচৰে ধনু ৰাশিৰ বাবে আৰ্থিক উন্নতিৰ কাৰণ হব পাৰে৷  যিসকলে ঋণ ল’ব খুজিছে তেওঁলোকৰ ঋণ মঞ্জুৰ হ’ব পাৰে৷ ফলত আৰ্থিক কষ্ট লাঘৱ হব৷ আপুনি এক নতুন ঘৰ বা বাহনৰ অধিকাৰী হব পাৰে৷ প্ৰেমৰ সম্পৰ্কত উষ্ণতা বাঢ়িব৷ সম্পৰ্ক গাঢ় হ’ব, ৰোমান্স বৃদ্ধি পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!
বাণিজ্য

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

August 26, 2026
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…
বিনোদন

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

August 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
Next Post
এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?

হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.