• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

3 months ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

26 minutes ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

37 minutes ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

1 hour ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

1 hour ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

3 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

5 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

8 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

অনুৰাগীৰ অপেক্ষাৰ অন্ত

editor by editor
July 15, 2026
in চিনেমা, বিনোদন, ভাৰত
0
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে জোছেফ বিজয়ে শপত লোৱাৰ পিছৰে পৰা অন্যান্য ৰাজনৈতিক বিষয়বোৰৰ লগতে আহিবলগীয়া তেওঁৰ আগন্তুক ছবি ‘Jana Nayagan’ক লৈও চৰ্চাত আছিল। এই ছবিখনৰ শ্বুটিং আৰু সম্পাদনাৰ কাম কেতিয়াবাই সম্পূৰ্ণ হৈছিল। প্ৰায় ৬ মাহ আগৰে পৰা মুক্তিৰ অপেক্ষাত থকা বিজয় থালাপতিৰ ‘জন নেতা’ বা Jana Nayaganৰ অৱশেষত মুক্তিৰ তাৰিখ থিৰাং কৰা হৈছে। প্ৰায় ৬ মাহৰ দীৰ্ঘ অপেক্ষাৰ অন্তত দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ে ছচিয়েল মিডিয়াযোগে সদৰী কৰিছে এই কথা। অহা ২৩ জুলাইত দেশৰ বিভিন্ন চিনেমা হলত মুক্তি পাব ছবিখনে। এই ছবিখনৰ বাবে অনুৰাগীসকলে বহুদিন ধৰি অপেক্ষা কৰি আছিল, কিয়নো এইখনেই হয়টো বিজয়ৰ অভিনয় জীৱনৰ শেষৰখন ছবি হ’ব। তেওঁ ইতিমধ্যে চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি ৰাজনীতিত সম্পূৰ্ণভাৱে সক্ৰিয় হৈছে আৰু বৰ্তমান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছে।

Jana Nayaganক A চাৰ্টিফিকেট CBFCৰ

ছবিখন ইয়াৰ আগেয়ে ৯ জানুৱাৰীত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু সেইসময়ত ছবিখনে চেন্সৰ ব’ৰ্ডৰ অনুমোদন নোপোৱাত মুক্তিৰ দিন পিছুৱাই গৈছিল। শেহতীয়াকৈ CBFCএ ছবিখনক চেন্সৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ পিছত বিজয়ে আনুষ্ঠানিকভাৱে নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। ছবিখনে A প্ৰমাণপত্ৰ লাভ কৰিছে, অৰ্থাৎ এইখন কেৱল ১৮ বছৰৰ ঊৰ্ধ্বৰ দৰ্শকৰ বাবে উপযুক্ত।

কিমান দীঘলীয়া হ’ব এই ছবিখন?

Jana Nayagan হিন্দী, তামিল আৰু তেলুগু ভাষাত একেলগে মুক্তি পাব। হিন্দী ভাষাত ছবিখনৰ নাম ‘জন নেতা’ থাকিব। ছবিখন পৰিচালনা কৰিছে এইচ বিনোথে (H. Vinoth) আৰু প্ৰযোজনা কৰিছে KVN Productionsএ। ছবিখনৰ মুঠ দৈৰ্ঘ্য ৩ ঘণ্টা ৩ মিনিট ১১ ছেকেণ্ড। ছবিখনত বিজয় থালাপতিৰ উপৰিও ববী দেউল, পূজা হেগড়ে, প্ৰকাশ ৰাজেও অভিনয় কৰিছে। ছবিখনৰ সংগীত পৰিচালনা কৰিছে অনিৰুদ্ধ ৰবিচন্দৰে। ছবিখনত বিজয় থালাপতিয়ে এজন IPS বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24vijay Thalapathi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ
বিনোদন

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

October 7, 2026
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
Next Post
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.