• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়াৰ সৈতে নিবিড় সম্পৰ্ক শ্বাহৰুখ খানৰ, অসমীয়াৰ সৈতে কি সম্পৰ্ক শ্বাহৰুখ খানৰ?

অসমীয়াৰ সৈতে নিবিড় সম্পৰ্ক শ্বাহৰুখ খানৰ, অসমীয়াৰ সৈতে কি সম্পৰ্ক শ্বাহৰুখ খানৰ?

3 years ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

15 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

1 hour ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

2 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

2 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

3 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

20 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

22 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

23 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

24 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

24 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়াৰ সৈতে নিবিড় সম্পৰ্ক শ্বাহৰুখ খানৰ, অসমীয়াৰ সৈতে কি সম্পৰ্ক শ্বাহৰুখ খানৰ?

editor by editor
July 11, 2023
in অসম, চিনেমা, জীৱনশৈলী, ভাৰত
0
অসমীয়াৰ সৈতে নিবিড় সম্পৰ্ক শ্বাহৰুখ খানৰ, অসমীয়াৰ সৈতে কি সম্পৰ্ক শ্বাহৰুখ খানৰ?
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অসমৰ সৈতে আছে শ্বাহৰুখৰ বিশেষ সম্পৰ্ক। অসমীয়াৰ সৈতে নিবিড় সম্পৰ্ক শ্বাহৰুখ খানৰ৷ বিশ্বাস কৰক বা নকৰক এয়াই সত্য৷ শ্বাহৰুখে অসমীয়াক ভালপায়৷
কেৱল বানত সাহায্য দিয়াতেই শ্বাহৰুখৰ সৈতে অসমৰ সম্পৰ্ক বুলি ভুল নুবুজিব। শ্বাহৰুখৰ চিনেমাৰ সৈতে অসমৰ চিনেমা ক্ষেত্ৰও সংপৃক্ত হৈ আছে। শ্বাহৰুখৰ চিনেমাত বাৰে বাৰে সুযোগ দিয়া হৈছে অসমীয়াক।

শ্বাহৰুখৰ পাঠানৰ পাছেই জৱানতো এজন অসমীয়া৷ হাজাৰ হাজাৰ অভিনেতাৰ মাজত শ্বাহৰুখৰ পছন্দ অসমীয়াই কিয়? পাঠানত বিশেষ চৰিত্ৰত অভিনয় কৰিছিল দীগন্ত হাজৰিকাই৷ বিতৰ্কৰ মাজত ব্লকব্লাষ্টাৰ চিনেমাৰ টেগ পোৱা পাঠানত দিগন্তৰ নিখুত অভিনয় দেখা গৈছিল। এজন অসমীয়াক শ্বাহৰুখৰ কাষত দেখি গৰ্বত বুকু উফন্দি উঠিছিল অসমীয়াৰ।

শ্বাহৰুখৰ সহযোগী হিচাপে দিগন্তই এই ছবিত অভিনয় কৰিছিল৷ পাঠানৰ প্ৰমোছনৰ সময়ত দিগন্তক দেখা গৈছিল শ্বাহৰুখৰ নিচেই কাষত৷ এইবাৰ শ্বাহৰুখৰ সৈতে চিনেমাত আছে আন এজন অসমীয়া৷ অভিনেতা কেনী বসুমতাৰীয়ে শ্বাহৰুখৰ ‘জৱান’ত অভিনয় কৰিছে৷

জৱানৰ ট্ৰেইলাৰ মুক্তিৰ লগে লগেই দেশবাসীৰ সমাদৰ লাভ কৰাৰ সময়তে অসমৰ অভিনেতাক দেখি জৱান চাবলৈ আগ্ৰহী হৈ উঠিছে অসমৰ চিনেমাপ্ৰেমী জনতা। অসমীয়া চিনেমা জগত তেনেই সৰু। অসমৰ এই সৰু চিনেমাৰ ক্ষেত্ৰৰ পৰা গৈ বলীউডৰ ব্লকব্লাষ্টাৰ চিনেমাত সুযোগ লাভ কৰা কেনী বসুমতাৰীক এতিয়া বহুজনেই শুভে্চ্ছা জনোৱাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
Next Post
ঘৰত সোণ গোটাই থৈছে নেকি? ঘৰত কিমান পৰিমাণৰ সোণ থ’লে আয়কৰ বিভাগৰ ৰোষত পৰিব আপুনি?

ঘৰত সোণ গোটাই থৈছে নেকি? ঘৰত কিমান পৰিমাণৰ সোণ থ’লে আয়কৰ বিভাগৰ ৰোষত পৰিব আপুনি?

ভূপেন বৰাই ‘কালেকচন এণ্ড কমিচন’ত ডক্টৰেট ডিগ্ৰী লৈছে! ভূপেন বৰাৰ নাম কিয় কমিছন বৰা বুজাই কি ক’লে মন্ত্ৰী পীয়ুষে?

ভূপেন বৰাই ‘কালেকচন এণ্ড কমিচন’ত ডক্টৰেট ডিগ্ৰী লৈছে! ভূপেন বৰাৰ নাম কিয় কমিছন বৰা বুজাই কি ক’লে মন্ত্ৰী পীয়ুষে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.