বাণিজ্য

৭লাখলৈকে দিব নালাগে এটকাও আয়কৰ, ২কোটি লোকে পাব পকী ঘৰ, নিৰ্মলাৰ বাজেটে সচ্ছল কৰিবনে মধ্যবিত্তক?

অসম লাইভ২৪ঃ বছৰত ৭লাখ টকালৈকে আয় কৰিলে আপুনি দিব নালাগে কোনো আয়কৰ। লোকসভাৰ অন্তবৰ্তীকালীন বাজেট ২০২৪ পেছ কৰিবলৈ গৈ বৃহৎ...

Read more

ভাৰতত হঠাৎ বন্ধ টয়টা ইনোভা ফৰ্চুনাৰৰ ডেলিভাৰি! হতাশ ক্ৰেতা, কিন্তু কিয় বন্ধ কৰা হৈছে টয়টাৰ বাহনৰ বিক্ৰি?

অসম লাইভ২৪ঃ ভাৰতত সাময়িকভাৱে ইনোভা ক্ৰিষ্টা, ফৰ্ছুনাৰ আৰু হিলাক্সৰ ডেলিভাৰি স্থগিত ৰাখিছে টয়টা কিৰ্লোস্কাৰ মটৰে। বাহনৰ ডেলিভাৰি বন্ধ ৰখাৰ সিদ্ধান্ত...

Read more

বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ দিয়া হ’ব, বাজেটত ডাঙৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

অসম লাইভ২৪ঃ ১ ফেব্ৰুৱাৰীত সংসদত অন্তবৰ্তীকালীন বাজেট উত্থাপন কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। বাজেট দাখিলৰ সময়তেই নিৰ্মলা সীতাৰমণে তুলি ধৰিলে...

Read more

UPI ৰে ২০০০তকৈ বেছি লেনদেন কৰিবলৈ এতিয়াৰে পৰা সময় ল’ব ৪ঘণ্টা, নতুন নিয়ম অনাৰ পথত মোদী চৰকাৰ

অসম লাইভ২৪ঃ UPI ৰ জগতত আহিব এইবাৰ বিৰাট পৰিবৰ্তন। মুহূৰ্ততেই লেনদেনৰ কৰিব পৰা যি সুবিধা বৰ্তমানলৈকে UPI ব্যৱহাৰকাৰীয়ে লাভ কৰি...

Read more

প্ৰধানমন্ত্ৰীৰ সূৰ্যোদয় যোজনা ঘোষণাৰ পাছতেই মেজিক! হোৰাহোৰে বাঢ়িছে এইকেইটা কোম্পানীৰ ষ্টক

অসম লাইভ২৪ঃ ৰাম মন্দিৰৰ উদ্বোধনৰ পাছতেই ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰপাছতেই সৌৰবিদ্যুৎ সংস্থাসমূহৰ শ্বেয়াৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। মঙলবাৰে...

Read more

আদানীক ঘোৰ সমালোচনা কৰিলেও ভিতৰি সম্পৰ্ক ভাল! আদানীৰ সৈতে ‘মউ’ স্বাক্ষৰ কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

অসম লাইভ২৪ঃ উদ্যোগী গৌতম আদানীক প্ৰতিসময়তে আক্ৰমণৰ লক্ষ্য কৰি লোৱা ৰাহুল গান্ধীৰ দলেই আকৌ আদানীৰ সৈতে কৰিছে বুজাবুজিৰ চুক্তি। বুধবাৰে...

Read more

টাটা আহিছে যেতিয়া বাকীবোৰ আউট! গুগল পে, ফোনপেক টক্কৰ দিবলৈ আহিছে Tata Pay

অসম লাইভ২৪ঃ অনলাইন পেমেণ্টৰ জগতত এইবাৰ আহিছে আন এক বৃহৎ পৰিবৰ্তন। কাৰণ এইবাৰ এই দুনীয়াত মেগা এণ্ট্ৰী দিবলৈ আগবাঢ়িছে টাটা...

Read more

আপোনালৈ সকাহঃ ১০টকাকৈ কমিব পে’ট্ৰল-ডিজেলৰ দাম…

ডিজিটেল ডেস্কঃ  পেট্ৰল-ডিজেলৰ দামক লৈ আপুনি আৰু বেচি চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো অচিৰেই প্ৰতিলিটাৰ পেট্ৰল-ডিজেলৰ মূল্য ১০টকা পৰ্যন্ত হ্ৰাস...

Read more

২৪ দিনৰ ফ্ৰি ভেলিডিটি! হেপ্পী নিউ ইয়েৰ প্লেনেৰে জিঅ’ই দিছে বিশেষ চমক, জানি লওক, কি আছে এই প্লেনত?

অসম লাইভ২৪ঃ দেশৰ বৃহত্তম টেলিকম সংস্থা জিঅ’ৰ পৰাও হেপি নিউ ইয়েৰ ২০২৪ ৰ শুভেচ্ছা জনাই গ্ৰাহকক দিছে বিশেষ প্লেনৰ সুবিধা।...

Read more

মানুহে অসম্ভৱ বুলি ভবা কাম কৰি ভালপোৱা মানুহজন…

ডিজিটেল ডেস্কঃ আজি দেশ তথা বিশ্বৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ ওপজা দিন। ব্যৱসায়ৰ সমান্তৰালকৈ সমাজৰ হিতৰ বাবেও কাম কৰি যোৱা...

Read more
Page 1 of 26 1 2 26

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]