• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী, নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩বিষয়াক

নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী, নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩বিষয়াক

5 years ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

6 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

6 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

7 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

8 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

9 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

9 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

10 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

11 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

12 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

12 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

12 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী, নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩বিষয়াক

editor by editor
September 9, 2021
in অসম, গুৱাহাটী
0
নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী, নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩বিষয়াক
0
SHARES
246
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ব্ৰহ্মপুত্ৰৰ ভয়াৱহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ মেচিন নাৱেৰে গৈ ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা, এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰত নচলিব চিংগল মেচিন নাও৷ তাৰ পৰিৱৰ্তে ৬ খন চৰকাৰী ফেৰী চলোৱাৰ নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰীৰ৷ তাৰোপৰি নৱেম্বৰৰ পৰা দলং নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷ ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব দলং নিৰ্মাণৰ কাম৷  মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, নাওখনত আছিল ৯০গৰাকী যাত্ৰী৷ ইয়াৰে এগৰাকী যাত্ৰীৰ মৃত্যু হয় আৰু দুগৰাকী বৰ্তমানেও সন্ধানহীন হৈ আছে৷ বৰ্তমান ব্ৰহ্মপুত্ৰত চলি আছে বায়ু সেনাৰ উদ্ধাৰ অভিযান৷ এতিয়ালৈকে ৮২ জন লোকক কৰা হৈছে উদ্ধাৰ আৰু বৰ্তমানেও সন্ধানহীন ৭ জন লোক৷ নিৰুদ্দেশ হৈ থকা লোকৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা৷ বায়ু সেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান৷  ইফালে নিশাই নিমাতীঘাটত উপস্থিত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী৷ চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহন, তপন গগৈ উপস্থিত নিমাতীঘাটত৷ ঘটনা সন্দর্ভত তদন্ত কমিটী গঠন কৰাৰ কথা ঘোষণা মন্ত্ৰীৰ৷ ইতিমধ্যে নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩ গৰাকী বিষয়াক৷ কার্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰীক, যোৰহাট সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীক নিলম্বন৷ পৰিবহণ বিভাগৰ সচিব যাদৱ শইকীয়াক তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ দুৰ্ঘটনা সন্দৰ্ভত মাজুলীত আছুৱে পালন কৰিছে ক’লা দিৱস৷ মাজুলীৰ ৰাজপথত আছুৰ ক’লা পতাকা উত্তোলন৷ নিমাতীঘাটৰ দুর্ঘটনাত আলফা (স্বাঃ)ৰ শোক প্ৰকাশ৷ মৃতকৰ বিদেহী আত্মাৰ সদগতিৰ কামনা আলফা (স্বাঃ)ৰ৷ ঘটনাৰ পাছতে শোকৰ ছাঁ সমগ্ৰ অসমত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24himanta biswa sharmamajuli boat accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?
অসম

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

October 27, 2026
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল
অসম

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

October 27, 2026
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!
অসম

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

October 26, 2026
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!
অসম

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

October 26, 2026
Next Post
গুৱাহাটীত সম্পন্ন হ’ব পৰিমিতা দাসৰ শেষকৃত্য, মাজুলীৰ পৰা লৈ অনা হৈছে নশ্বৰদেহ

গুৱাহাটীত সম্পন্ন হ’ব পৰিমিতা দাসৰ শেষকৃত্য, মাজুলীৰ পৰা লৈ অনা হৈছে নশ্বৰদেহ

পুনৰ অশান্ত ডিমা হাছাও

পুনৰ অশান্ত ডিমা হাছাও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.