স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

হৰমনপ্ৰীত কৌৰে নেতৃত্বৰ পৰা আঁতৰি দিয়াৰ পিছতে আজি জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 আৰু এদিনীয়া শৃংখলাৰ বাবে স্মৃতি মন্ধানাৰ নেতৃত্বত...

Read more

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

ভাৰতীয় মহিলা ক্ৰিকেট দলত আহিছে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। প্ৰায় এটা দশক ধৰি দলটোক নেতৃত্ব দিয়া হৰমনপ্ৰীত কৌৰে সকলো ফৰ্মেটৰ অধিনায়ক...

Read more

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

অসমৰ গৌৰৱ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ লাভলীনা বৰগোহাঁই ৬ অক্টোবৰত মাতৃভূমি অসমলৈ উভতি আহিব। লভলিনা অসমত উপস্থিত হোৱাৰ উপলক্ষে ভাৰতীয়...

Read more

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত ঘটিল এক অদ্ভুত ঘটনা। প্ৰতিযোগিতাৰ মাজতে প্ৰতিপক্ষ খেলুৱৈক কামুৰি অযোগ্য ঘোষিত হ’ল চীনৰ জুডো খেলুৱৈ টাংজিং। এই ঘটনাৰ...

Read more

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

অসমৰ ক্ৰীড়াজগতলৈ আকৌ এবাৰ গৌৰৱ কঢ়িয়াই আনিলে তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। এছিয়ান গেমছত স্বৰ্ণপদক জয় কৰি লাভলীনাই নিজৰ সফলতাৰ মুকুটত...

Read more

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

ভাৰতীয় বক্সিঙৰ বাবে ২০২৬ চনৰ এছিয়ান গেমছত আহিল এক গৌৰৱৰ মুহূৰ্ত। নিজৰ জন্মদিনটোতে ৰিঙত নামি দেশবাসীক সোণৰ পদকৰ উপহাৰ দিলে...

Read more

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

এছিয়ান গেমছৰ গ্ৰীক-ৰোমান মল্লযুঁজৰ ফাইনেলত জাপানৰ ইউৰি নাকাজাটোৰ হাতত পৰাস্ত হ’লেও ভাৰতীয় মল্লযুঁজাৰু নীতেশ ছিৱাচে দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিছে।...

Read more

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

ভাৰতীয় ক্ৰিকেটাৰ ৱাণ্ডাৰকিড ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে অৰ্জন কৰিছে আন এক সাফল্য। এইবাৰ ক্ৰিকেট খেলপথাৰৰ পৰা ওলাই আহিল তেওঁৰ এই...

Read more

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ। মেচখনক কেন্দ্ৰ কৰি পুৱাৰে পৰা...

Read more

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ বাবে আজি বিশেষ দিন। ৩০ ছেপ্টেম্বৰ ২০২৬ত বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত...

Read more
Page 1 of 120 1 2 … 120

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]