• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

7 minutes ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

56 minutes ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

1 hour ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

2 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

2 hours ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

10 hours ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

10 hours ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

10 hours ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

11 hours ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

11 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

12 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

12 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

গুৱাহাটীৰ বৰা ছাৰ্ভিচৰ মূল অভিযুক্তক নিৰাপত্তা দিব লাগিব আৰক্ষীয়ে।

editor by editor
October 28, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হোটেল বিলাস ইন কাণ্ডক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। কিন্তু শোক আৰু ক্ষোভৰ মাজতে চৰ্চালৈ আহিছে অভিযুক্ত ঘনকান্তৰ নিৰাপত্তা আৰু আইনী অধিকাৰৰ প্ৰসংগ। পাঁচগৰাকী লোকক গুলীওৱাৰ পিছত ঘনকান্ত গগৈৰ বিৰুদ্ধে এনকাউণ্টাৰ কৰিবলৈ দাবী উত্থাপন হৈছিল।

কিন্তু অভিযুক্তক আৰক্ষীয়ে সুৰক্ষা দিব লাগিব?

কোনো ব্যক্তিৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন হ’লে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু তদন্তৰ স্বাৰ্থত জেৰা কৰিব পাৰে। কিন্তু অভিযুক্ত হ’লেই কোনো ব্যক্তিক শাস্তি দিয়াৰ চূড়ান্ত অধিকাৰ আৰক্ষীয়ে লাভ নকৰে। সেই অধিকাৰ আদালতৰ আইনী প্ৰক্ৰিয়াৰ সৈতে জড়িত।

ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি, আইনত নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ কোনো ব্যক্তিক তেওঁৰ জীৱন বা ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰি। এই অধিকাৰ অভিযুক্ত ব্যক্তিৰ ক্ষেত্ৰতো প্ৰযোজ্য।

সেয়েহে অভিযুক্ত ঘনকান্তৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ আশংকা থাকিলে আৰক্ষীয়ে তেওঁৰ সুৰক্ষা নিশ্চিত কৰাৰ ব্যৱস্থা ল’ব লাগিব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আৰক্ষীয়ে তেওঁক অপৰাধৰ অভিযোগৰ পৰা ৰেহাই দিছে। বৰং তদন্ত আৰু বিচাৰ যাতে আইন অনুসৰি সম্পন্ন হয়, সেয়া নিশ্চিত কৰাটোৱেই ইয়াৰ উদ্দেশ্য।

৫ গৰাকীকৈ লোকক হত্যা কৰা ঘনকান্ত গগৈক গ্ৰেপ্তাৰ কৰাৰ পিছতো এতিয়া ঘনকান্তক সুৰক্ষা দিব আৰক্ষীয়ে। CJM আদালতত ঘনকান্তৰ অধিবক্তাই দাখিল কৰিলে জেনেৰেল পিটিচন। আচামীৰ অধিকাৰ নিৰাপত্তা আৰু সুৰক্ষাক লৈ এই পিটিচন দিয়া হৈছে।

পিটিচনৰ পিছতে আৰক্ষীক কঠোৰ নিৰ্দেশনা CJMআদালতৰ। কিয়নো হত্যাকাৰী ঘনকান্ত গগৈক নিৰাপত্তা দিব লাগিব আৰক্ষীয়ে। এতিয়া কোনো কাৰণত আৰক্ষীৰ জিম্মাত নিৰ্যাতন চলাব নোৱাৰিব হত্যাকাৰী ঘনকান্তক। স্বাস্থ্য পৰীক্ষায়েই হওক বা আদালতলৈ নিয়া অৱস্থাত আৰক্ষী থানাৰ পৰা উলিয়াই আনিলে থাকিব লাগিব DSPপৰ্যায়ৰ বিষয়া।

ইয়াৰোপৰি, সূৰ্যাস্তৰ পাছত আৰু সূৰ্যোদয়ৰ আগত উলিয়াই আনিব নোৱাৰিব ঘাতক ঘনককান্তক। তেওঁক জে’লত বিচৰা ধৰণে যোগান ধৰিব লাগিব খাদ্য সামগ্ৰী,প্ৰাথমিক সামগ্ৰী। ইফালে ২৪ঘণ্টাৰ মূৰে-মূৰে হত্যাকাৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে অভিযুক্তক। যদি কোনো কাৰণত আৰক্ষী জিম্মাৰপৰা পলায়ন কৰে ঘনকান্ত, তেন্তে দায়ী হ’ব শীৰ্ষ আৰক্ষী বিষয়া। ইতিমধ্য ৭দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে ঘনকান্ত গগৈক।

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল
অসম

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

October 28, 2026
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?
অসম

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

October 28, 2026
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!
জীৱনশৈলী

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

October 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

ভাগ্যই দিব লগ? জানক ১২ ৰাশিৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যৰ ভৱিষ্যৎ!

October 28, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.