• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুলীয়াজানৰ ট্ৰিপল মাৰ্ডাৰ ঘটনাৰ নতুন মোৰ, হত্যাকাণ্ডত জড়িত কোন?

দুলীয়াজানৰ ট্ৰিপল মাৰ্ডাৰ ঘটনাৰ নতুন মোৰ, হত্যাকাণ্ডত জড়িত কোন?

7 minutes ago
এই ৩ ৰাশিয়ে সন্মুখীন হ’ব পাৰে বেয়া সময়ৰ…

এই ৩ ৰাশিয়ে সন্মুখীন হ’ব পাৰে বেয়া সময়ৰ…

30 minutes ago
অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

55 minutes ago
অক্টোবৰ বিপ্লৱ!

অক্টোবৰ বিপ্লৱ!

1 hour ago
বিলাস INNৰ ঘটনাৰ পুনৰাবৃত্তি! দুলীয়াজানত শেষ হৈ গ’ল এটা পৰিয়াল

বিলাস INNৰ ঘটনাৰ পুনৰাবৃত্তি! দুলীয়াজানত শেষ হৈ গ’ল এটা পৰিয়াল

2 hours ago
পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? পিকনিকক লৈ কঠোৰ নিৰ্দেশনা

পিকনিকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? পিকনিকক লৈ কঠোৰ নিৰ্দেশনা

3 hours ago
এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

এইবাৰ চীনৰ আন এক চমক, মাত্ৰ ৭৯০ টকাতেই যাত্ৰা কৰিব পাৰিব বিমানত!

3 hours ago
প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই ছাত্ৰীক ভয়ংকৰ আক্ৰমণ

4 hours ago
এমাহৰ ভিতৰত ৪ বাৰকৈ সৰ্প দংশনৰ চিকাৰ হৈও সম্পূৰ্ণ সুস্থ কিশোৰী!

এমাহৰ ভিতৰত ৪ বাৰকৈ সৰ্প দংশনৰ চিকাৰ হৈও সম্পূৰ্ণ সুস্থ কিশোৰী!

4 hours ago
লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা

লাখ লাখ টন সোণ ভাণ্ডাৰ ব্যৱহাৰৰ বাবে বিশেষ পৰিকল্পনা

5 hours ago
চিকিৎসা বিজ্ঞানত নতুন দিগন্তৰ সূচনা, মাতৃগৰ্ভতে ২৫ সপ্তাহৰ ভ্ৰুণৰ জটিল অস্ত্ৰোপচাৰ

চিকিৎসা বিজ্ঞানত নতুন দিগন্তৰ সূচনা, মাতৃগৰ্ভতে ২৫ সপ্তাহৰ ভ্ৰুণৰ জটিল অস্ত্ৰোপচাৰ

6 hours ago
একেলগে জ্বলিল ৩ বন্ধুৰ চিতা, কাৰ ভুলৰ বাবে এই মৰ্মান্তিক ঘটনা?

একেলগে জ্বলিল ৩ বন্ধুৰ চিতা, কাৰ ভুলৰ বাবে এই মৰ্মান্তিক ঘটনা?

6 hours ago
Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?

Guess the Actress: শ্বাহৰুখে খালে চৰ, চলমানৰ বিবাহৰ প্ৰস্তাৱ কৰিলে নাকচ, বিবাহিত পুৰুষৰ সৈতে কিয় অভিনেত্ৰীয়ে গোপনে পাতিলে বিয়া?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দুলীয়াজানৰ ট্ৰিপল মাৰ্ডাৰ ঘটনাৰ নতুন মোৰ, হত্যাকাণ্ডত জড়িত কোন?

চন্দ্ৰকান্তৰ ঘৰত প্ৰতিবেশীয়ে দেখা ২ সন্দেহজনক যুৱক কোন?

editor by editor
November 16, 2026
in অপৰাধ, অসম, লেখা
0
দুলীয়াজানৰ ট্ৰিপল মাৰ্ডাৰ ঘটনাৰ নতুন মোৰ, হত্যাকাণ্ডত জড়িত কোন?
0
SHARES
3
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুলীয়াজানৰ চন্দ্ৰকান্ত ভূঞাৰ পৰিয়ালৰ তিনিগৰাকী সদস্যৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাই এতিয়া নতুন মোৰ লৈছে। হত্যাকাণ্ডৰ তদন্তৰ মাজতে পোহৰলৈ আহিছে কেতবোৰ নতুন তথ্য। বিশেষকৈ হত্যাকাণ্ড পোহৰলৈ অহাৰ পূৰ্বে চন্দ্ৰকান্ত ভূঞাৰ ঘৰৰ পৰা দুজন যুৱক ওলাই অহা প্ৰত্যক্ষ কৰিছিল এগৰাকী প্ৰতিবেশী মহিলাই। এই তথ্য পোহৰলৈ অহাৰ পিছতে ঘটনাটোক লৈ সৃষ্টি হৈছে নতুন ৰহস্যৰ।

প্ৰতিবেশী মহিলাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ষঠ পূজাৰ প্ৰসাদ দিবলৈ তেওঁ চন্দ্ৰকান্ত ভূঞাৰ ঘৰলৈ গৈছিল। কিন্তু সেই সময়তে ঘৰৰ ছিৰিৰে নামি আহি থকা দুজন যুৱকক প্ৰত্যক্ষ কৰে মহিলাগৰাকীয়ে। যুৱক দুজনৰ সৈতে কথা-বতৰা পাতোতে তেওঁলোকে ঘৰত চন্দ্ৰকান্ত ভূঞাৰ পৰিয়ালৰ কোনো লোক নাই বুলি মহিলাগৰাকীক জানিবলৈ দিয়ে। সেয়ে মহিলাগৰাকীয়ে প্ৰসাদ নিদিয়াকৈয়ে উভতি আহে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, সেই দুজন যুৱকৰ ভিতৰত এজনৰ নাম আছিল ৰাজু। জানিব পৰা মতে, ৰাজু আছিল চন্দ্ৰকান্ত ভূঞাৰ আন এটা ঘৰৰ ভাড়াতীয়া। আনহাতে, ৰাজুৰ সৈতে থকা আনজন যুৱকক চিনাক্ত কৰিব পৰা নাছিল প্ৰতিবেশী মহিলাগৰাকীয়ে। অৰ্থাৎ হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ৰাজুৰ উপস্থিতিৰ তথ্যই এতিয়া তদন্তৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰিছে।

ইফালে, হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা স্থানীয় লোকে ৰাজুক দেখা পোৱা নাই বুলি জানিব পৰা গৈছে। যাৰ ফলত ৰাজুৰ সন্ধান আৰু তেওঁৰ সৈতে থকা অচিনাকী যুৱকজনৰ পৰিচয়ক লৈও সৃষ্টি হৈছে বিভিন্ন প্ৰশ্নৰ। হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে ৰাজু কিয় চন্দ্ৰকান্ত ভূঞাৰ ঘৰলৈ গৈছিল? তেওঁৰ সৈতে থকা যুৱকজন কোন আছিল? সেই সময়ত ঘৰৰ ভিতৰত প্ৰকৃততে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল? এই প্ৰশ্নসমূহৰ উত্তৰ এতিয়াও পোহৰলৈ অহা নাই।

উল্লেখ্য যে, ইয়াৰ পিছতে চন্দ্ৰকান্ত ভূঞাৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল পৰিয়ালটোৰ তিনিগৰাকী সদস্যৰ মৃতদেহ। ঘৰৰ ভিতৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞাৰ মৃতদেহ। তিনিওগৰাকীৰ মৃতদেহ ঘৰৰ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

ঘটনাটো পোহৰলৈ অহাৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা নিহাৰিকা ভূঞাৰ এগৰাকী বান্ধৱীয়েও ঘৰৰ ভিতৰৰ পৰিস্থিতিৰ সন্দৰ্ভত কেতবোৰ তথ্য সদৰী কৰিছে। তেওঁৰ ভাষ্য অনুসৰি, ঘৰৰ ভিতৰত থকা আলমিৰাটো খোলা অৱস্থাত আছিল। আনকি আলমিৰাৰ ভিতৰত থকা কাপোৰ-কানিও বিশৃংখলভাৱে সিঁচৰতি হৈ আছিল। এই দৃশ্যই ঘৰৰ ভিতৰত কোনোবাই বস্তু-বাহানি লণ্ডভণ্ড কৰাৰ আশংকাৰ দিশটোও উত্থাপন কৰিছে।

এতিয়া সমগ্ৰ ঘটনাটোক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সৃষ্টি হৈছে। ৰাজু নামৰ যুৱকজন হত্যাকাণ্ডৰ পূৰ্বে চন্দ্ৰকান্ত ভূঞাৰ ঘৰলৈ কিয় গৈছিল? তেওঁৰ সৈতে অহা অচিনাকী যুৱকজন কোন? প্ৰতিবেশী মহিলাগৰাকীক পৰিয়ালৰ লোক ঘৰত নাই বুলি কিয় কৈছিল তেওঁলোকে? ঘৰৰ আলমিৰা আৰু কাপোৰ-কানি কোনে বিশৃংখল কৰিছিল?

এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। অৱশ্যে প্ৰতিবেশী মহিলাগৰাকীৰ এই নতুন ভাষ্যই দুলীয়াজানৰ তিনিজনীয়া পৰিয়ালটোৰ হত্যাকাণ্ডৰ তদন্তত এক নতুন দিশ উন্মোচন কৰাৰ সম্ভাৱনা সৃষ্টি কৰিছে। ৰাজু আৰু তেওঁৰ সৈতে থকা অচিনাকী যুৱকজনৰ সন্ধান তথা তেওঁলোকৰ সৈতে হত্যাকাণ্ডৰ কোনো সম্পৰ্ক আছে নেকি, সেয়া এতিয়া তদন্তৰ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩ ৰাশিয়ে সন্মুখীন হ’ব পাৰে বেয়া সময়ৰ…
জীৱনশৈলী

এই ৩ ৰাশিয়ে সন্মুখীন হ’ব পাৰে বেয়া সময়ৰ…

November 16, 2026
অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম
অপৰাধ

অন্য পুৰুষেৰে আপত্তিজনক অৱস্থাত পত্নী! অগ্নিশৰ্মা স্বামীয়ে কৰিলে এই কাম

November 16, 2026
অক্টোবৰ বিপ্লৱ!
সমীক্ষণ (আলোচনী)

অক্টোবৰ বিপ্লৱ!

November 16, 2026
বিলাস INNৰ ঘটনাৰ পুনৰাবৃত্তি! দুলীয়াজানত শেষ হৈ গ’ল এটা পৰিয়াল
অসম

বিলাস INNৰ ঘটনাৰ পুনৰাবৃত্তি! দুলীয়াজানত শেষ হৈ গ’ল এটা পৰিয়াল

November 16, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.