• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

1 hour ago
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

14 minutes ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

47 minutes ago
ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

2 hours ago
সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

১৬খন মেচ খেলি ১৫ বছৰতে কোটিপতি! ২০২৬ত মুঠ কিমান অৰ্থ আয় কৰিলে বৈভৱ সূৰ্যবংশীয়ে?

গুৰু-কেতুৰ বিৰল সংযোগ, ৪ ৰাশিৰ হ’ব বাম্পাৰ লাভ!

3 hours ago
কিয় প্ৰথম প্ৰেম প্ৰায়ে ভুল ব্যক্তিৰ সৈতে হয়? আজিয়েই কৰক নিজক শুধৰণি

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰকৈ ৰাখক গু প্তাংগ, এটা ভুলে মাতিব পাৰে বিপদ!

5 hours ago
নলবাৰীৰ ৰাজপথত দুই মিঞাই প্ৰাণ কাঢ়িলে আছু নেতাৰ, শীঘ্ৰে ন্যায় নাপালে প্ৰতিবাদৰ হুংকাৰ আছুৰ

6 hours ago
প্ৰেমত পৰিলে আচৰণ কিয় সলনি হয়? কাৰণ জানি আপুনিও হ’ব আচৰিত!

7 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

editor by editor
June 1, 2026
in জীৱনশৈলী
0
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?
0
SHARES
404
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনাই কৈছে সাহস আৰু শক্তিৰ গ্ৰহ মঙ্গলে আগন্তুক মাহত অৰ্থাৎ ৫ জুলাই দেওবাৰে নিশা ১২.৩ মিনিটত ৰোহিনী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ২৪ জুলাই পৰ্যন্ত সেই নক্ষত্ৰতেই অৱস্থান কৰিব৷ মঙ্গলৰ এই নক্ষত্ৰ গোচৰে চাৰিটা ৰাশিৰ জাতকৰ কৰ্মজীৱনত উন্নতিৰ পথ খুলি দিব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব পাৰে৷ কাৰ কাৰ জীৱনলৈ সুসময় আহিব?

মেষ ৰাশি

ৰোহিনী নক্ষত্ৰত মঙ্গলৰ গোচৰ মেষ ৰাশিৰ জাতকৰ বাবে শুভ হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে৷ কঠিন সিদ্ধান্ত ল’বলৈ যাওঁতে পৰিয়ালৰ সমৰ্থন পাব৷ গুৰুত্বপূৰ্ণ কোনো ব্যৱসায়িক চুক্তি চূড়ান্ত হ’ব পাৰে৷ অসমাপ্ত কাম শেষ কৰিব পাৰে৷ বৃহৎ আৰ্থিক সাফল্য লাভৰো সম্ভাৱনা আছে৷

কৰ্কট ৰাশি

ৰোহিনী নক্ষত্ৰত মঙ্গলৰ প্ৰৱেশ কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ হ’ব পাৰে৷ আয়ৰ নতুন উৎস বিচাৰি পাব পাৰে৷ যিয়ে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটাব৷ কৰ্মজীৱনত অগ্ৰগতি ঘটিব পাৰে৷ এই ৰাশিৰ জাতকে বিনিয়োগ সংক্ৰান্তিয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব৷

সিংহ ৰাশি

মঙ্গলৰ গোচৰে সিংহ ৰাশিৰ জাতকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব পাৰে৷ উন্নতিৰ পথ খুলি যাব পাৰে৷ অসমাপ্ত কাম শেষ হ’ব৷ জীৱনসংগীৰ সমৰ্থন পাব৷ পৰিয়ালত শান্তি থাকিব৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে৷ নেতৃত্বদানৰ দক্ষতাও উন্নত হ’ব পাৰে৷ নেতৃত্বদানৰ সুযোগ পাব৷

বৃশ্চিক ৰাশি

মঙ্গলৰ এই গোচৰে বৃশ্চিক ৰাশিৰ জাতকৰ বাবে ইতিবাচক ফল কঢ়িয়াই আনিব৷ শাৰীৰিক শক্তি আৰু আত্মবিশ্বাস দুয়োটাই ব্যপকভাৱে বৃদ্ধি পাব৷ আকস্মিক আৰ্থিক লাভ আৰু আয় বৃদ্ধিৰো সম্ভাৱনা আছে৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হ’ব৷ এই ৰাশিৰ অধীনত শিক্ষাৰ্থীসকলে ভাল সাফল্য লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?
ক্ৰীড়া

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

June 1, 2026
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক
খাদ্য

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

June 1, 2026
ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?
ক্ৰীড়া

ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

June 1, 2026
সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?
জীৱনশৈলী

Next Post
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন