• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

1 hour ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

11 minutes ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

27 minutes ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

2 hours ago
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

2 hours ago
ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

3 hours ago
সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

3 hours ago
১৬খন মেচ খেলি ১৫ বছৰতে কোটিপতি! ২০২৬ত মুঠ কিমান অৰ্থ আয় কৰিলে বৈভৱ সূৰ্যবংশীয়ে?

১৬খন মেচ খেলি ১৫ বছৰতে কোটিপতি! ২০২৬ত মুঠ কিমান অৰ্থ আয় কৰিলে বৈভৱ সূৰ্যবংশীয়ে?

3 hours ago
গুৰু-কেতুৰ বিৰল সংযোগ, ৪ ৰাশিৰ হ’ব বাম্পাৰ লাভ!

গুৰু-কেতুৰ বিৰল সংযোগ, ৪ ৰাশিৰ হ’ব বাম্পাৰ লাভ!

4 hours ago
কিয় প্ৰথম প্ৰেম প্ৰায়ে ভুল ব্যক্তিৰ সৈতে হয়? আজিয়েই কৰক নিজক শুধৰণি

কিয় প্ৰথম প্ৰেম প্ৰায়ে ভুল ব্যক্তিৰ সৈতে হয়? আজিয়েই কৰক নিজক শুধৰণি

4 hours ago
এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

এক্সন মুডত অসম আৰক্ষী! নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ৰ’জ আলী এনকাউণ্টাৰত নিহত

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰকৈ ৰাখক গু প্তাংগ, এটা ভুলে মাতিব পাৰে বিপদ!

6 hours ago
নলবাৰীৰ ৰাজপথত দুই মিঞাই প্ৰাণ কাঢ়িলে আছু নেতাৰ, শীঘ্ৰে ন্যায় নাপালে প্ৰতিবাদৰ হুংকাৰ আছুৰ

নলবাৰীৰ ৰাজপথত দুই মিঞাই প্ৰাণ কাঢ়িলে আছু নেতাৰ, শীঘ্ৰে ন্যায় নাপালে প্ৰতিবাদৰ হুংকাৰ আছুৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

editor by editor
June 1, 2026
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?
0
SHARES
49
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লেথাৰিকৈ দুবাৰ বিজয়ৰ মুকুট তেওঁৰ দলে লাভ কৰিছে৷ দুবাৰকৈ চেম্পিয়ন হোৱাটো মুঠেও সহজ কথা নহয়৷ দ্বিতীয়বাৰ তেওঁৰ বেটেৰেই চেম্পিয়ল হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু৷ দলক দ্বিতীয়বাৰ চেম্পিয়ন কৰোৱাই সেয়ে বিশেষ বাৰ্তা দিছে কোহলীয়ে৷ সামাজিক মাধ্যমত এটা পোষ্ট লিখিছে কোহলিয়ে৷ তাতেই তেওঁ লিখিছে, ‘বিগত বছৰ নিজকে এটা প্ৰশ্ন কৰিছিলো, আমি সঁচাকৈয়ে দ্বিতীয়বাৰ ট্ৰফী জয় কৰিব পাৰিমনে৷ তাৰ উত্তৰো নিজেই নিজকে আজি দিছো৷ হয় আমি জিকিলো৷ লেথাৰিকৈ দুবাৰ আমাৰ হাতলৈ ট্ৰফী আহিল৷’

ইয়াৰপূৰ্বে আই পি এলত দুবাৰকৈ লেথাৰিকৈ ট্ৰফী জয় কৰাৰ নজিৰ আছিল চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ান্সৰ৷ ২০১০ চন আৰু ২০১১ চনত চেন্নাই আৰু ২০১৯ চন আৰু ২০২০ চনত মুম্বাইয়ে এই কীৰ্তি গঢ়িছে৷ ২০২৫ চন আৰু ২০২৬ চনত সেই ক্লাবত নিজৰ নাম লিখিলে কোহলীয়ে খেলা দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱেও৷
ফাইনেলত ৪২ বলত অপৰাজিত ৭৫ ৰানৰ ইংনিংছ খেলি দলক চেম্পিয়ন কৰিছে কোহলিয়ে৷ তাৰপিছতেই তেওঁ জনাইছে যে বহু দিনৰ সপোন তেওঁৰ পূৰণ হ’ল৷ মেচৰ পাছতেই পুৰস্কাৰ হাতত তুলি লওঁতে কোহলিয়ে কয়, সঁচাকৈ ক’বলৈ গ’লে সপোন দেখিছো যেনেই লাগিছে৷ এতিয়াও যেন কল্পনাৰ জগততেই আছো৷ এই মুহূৰ্ততোএনে লাগিছে যে ট্ৰফী আমি জিকিছো আৰু জয়ৰ শ্বট মোৰ বেটৰ পৰাই আহিছে এয়া এক সপোন৷ আচলতে যি দলত আছো তাত সকলো সময়তে আত্মবিশ্বাসী হৈ থাকিব পাৰি৷ ক্ৰিকেট এতিয়া এনে হৈছে যে তৰুণ ক্ৰিকেটাৰসকলে প্ৰতিমুহূৰ্ততে ডিঙিৰ কাষলৈ আহি নিঃশ্বাস পেলাইছে৷ প্ৰতি মুহূৰ্ততে আৰু ভাল খেলাৰ অনুপ্ৰেৰণা তেওঁলোকেই যোগাইছে৷’
তাৰপূৰ্বে সম্প্ৰচাৰকাৰী চেনেলক কোহলীয়ে দিয়া বাইটত কয়, ‘মই মোৰ দলৰ ল’ৰাকেইটাক কৈছিলো, বিগত বাৰৰ দৰে চাপ এইবাৰ নাই৷ আমি জানো এই দলে কি কৰিব পাৰে৷ আমি লীগৰ শিৰ্ষত শেষ কৰিছিলো৷ কেনেকৈ খেলিছো সেয়া সকলোৱে দেখিছে৷ আমি এটা কথাই নিজৰ মাজত আলোচনা কৰিছিলো যে যদি নিজৰ মতে ক্ৰিকেট খেলিব পাৰি আৰু নিজৰ মতে পৰিকল্পনাসমূহ কামত লগাব পাৰি তেতিয়া আমাক কোনোৱে হৰুৱাব নোৱাৰে৷ সেই কাৰণেই গ্ৰুপ পৰ্বত আমি ইমান ভাল খেলিছো৷ ইয়াৰোপৰি এই দলৰ দক্ষতা, মানসিক আৰু চাৰিত্ৰিক দৃঢ়তা আজি সকলোৱে দেখিবলৈ পাইছে৷’

এই দলক লৈ কেতিয়াবা আপোনাৰ সন্দেহ হৈছিল নেকি? এই প্ৰশ্ন সঞ্চালত আৰেন ফিঞ্চে কোহলীক কৰিছিল৷ তেতিয়া কোহলীয়ে কয়, ‘সঁচাকৈ ক’বলৈ হ’লে বিৰতিৰ পাছত আমি দুখন মেচত ধাক্কা খাইছিলো৷ এখন মেচত হাৰিছিলো৷ আৰু এখনত মুম্বাইৰ বিৰুদ্ধে শেষ মুহূৰ্তত জিকিছিলো৷ সেই সপ্তাহেই কঠিন আছিল আমাৰ বাবে৷ কাৰণ আমি লীগৰ শীৰ্ষত শেষ কৰিব বিচাৰিছিলো৷ কিন্তু মুম্বাইৰ বিৰুদ্ধে জিকি যোৱাৰ পাছতহে আত্মবিশ্বাস ঘূৰি আহিছিল৷ তাৰ পাছত কেকেআৰক সহজেই হৰুৱাওঁ৷ শেষ পৰ্যন্ত লিগো সকলোৰে আগত আমি শেষ কৰিছো৷

দলৰ প্ৰত্যেক ক্ৰিকেটাৰক লৈ সুখী বুলিও জনায় বিশেষকৈ সমগ্ৰ মেচসমূহৰ বাবে সকলোকে দায়িত্ব ভাগ কৰি দিয়া হৈছিল৷ কোহলীয়ে সেই সন্দৰ্ভত কয়, ‘প্ৰত্যেকজন খেলুৱৈয়ে অসাধাৰণভাৱে খেলিছে ৷ ইমান বছৰ অপেক্ষা কৰিছো৷ কিন্তু আমাৰ দলটো একত্ৰ হোৱাৰ পাছত এতিয়া ফিল্ডত নামিলে এনে ধাৰণা আহে যে আমি জিকিমেই৷ আমাৰ দলত সকলোবোৰেই বিশেষ৷ হেজলউড, ভুৱনেশ্বৰ, ডাফিৰ দৰে বিশ্বাসী বলাৰো আছে আমাৰ৷ ক্ৰুনালৰ ওপৰত ভৰষা কৰিব পাৰি৷ এইবাৰ ৰছিখ দাৰেও অসাধাৰণ খেলিছে৷ বেটাৰসকলেও নিজৰ মতে অবদান আগবঢ়াইছে৷ ভাৰসাম্য থকা এই দলটোৰ অংশ হৈ মই খুবেই সুখী অনুভৱ কৰো৷ এতিয়া আমি অলৰাউণ্ডাৰ দল৷ তাৰবাবেই মেচত নামিলে পৃথক আত্মবিশ্বাস থাকে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?
ক্ৰীড়া

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

June 1, 2026
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?
জীৱনশৈলী

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

June 1, 2026
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক
খাদ্য

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

June 1, 2026
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?
জীৱনশৈলী

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

June 1, 2026
Next Post
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.