• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

2 months ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

14 minutes ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

34 minutes ago
৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

1 hour ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

2 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

3 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

3 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

কেতিয়াও বিপদত নপৰে, যদি মানে চাণক্যৰ এই কথা!

3 hours ago
অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

অসুস্থ শুকুৰ আলী! বন্যাৰ্তক সহায় কৰি ভাগৰি পৰিছে শুকুৰ

4 hours ago
ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

ৰোগীৰ নামত প্ৰৱঞ্চনা, ২৩৫৯ খন চিকিৎসালয় আয়ুষ্মান নহয় অন্তৰ্ভুক্ত!

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ সময়ত Mood Swings এ অশান্তি কৰে নেকি? এইদৰে পাব সকাহ

6 hours ago
পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

পুৰুষক নে মহিলাক বেছি টোপনিৰ প্ৰয়োজন? ৯০% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এইটো দিশে জীৱন সলাব আপোনাৰ, মাথোঁ অনুসৰণ কৰক এই নিয়ম

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

editor by editor
June 1, 2026
in জীৱনশৈলী
0
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ বৃহস্পতিয়ে তাৰ গতিপথ পৰিবৰ্তন কৰিব৷ বৃহস্পতিৰ গোচৰ অন্যান্য গ্ৰহৰ তুলনাত কিছু ধীৰ হয়৷ এই গোচৰৰ বিশেষ তাৎপৰ্যও আছে৷ বৃহস্পতিয়ে প্ৰতিমাহে ৰাশি পৰিবৰ্তন নকৰে৷ বৃহস্পতিক সৌভাগ্য, সন্তান, সম্পদ, শিক্ষা আৰু জ্ঞানৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ বৰ্তমান বৃহস্পতিয়ে বুধৰ ৰাশি মিথুনত অৱস্থান কৰিছে৷ পঞ্জিকা অনুসৰি আজি নিশা ২.২৫ মিনিটত বৃহস্পতিয়ে কৰ্কট ৰাশিত গোচৰ কৰিব৷ চন্দ্ৰ কৰ্কট ৰাশিত অধিপতি গ্ৰহ৷ চন্দ্ৰৰ ৰাশিত বৃহস্পতিৰ গোচৰ ৩১ অক্টোবৰৰ বিয়লি পৰ্যন্ত চলিব৷ ফলস্বৰূপে বৃহস্পতিৰ এই গোচৰ মেষৰ পৰা মীন পৰ্যন্ত ৰাশিসমূহক প্ৰভাৱিত কৰিব৷ এই গোচৰ কিছু ৰাশিৰ বাবে সৌভাগ্যজনক হ’ব পাৰে৷ জানি থওক কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰৰ কাৰণে কোন কোন ৰাশিৰ ভাগ্যৰ উন্নতি হ’ব পাৰে?

বৃহস্পতিৰ গোচৰৰ ফলত কি ৰাজযোগ গঠিত হ’ব?

জ্যোতিষশাস্ত্ৰ অনুসৰি কৰ্কট ৰাশিক বৃহস্পতিৰ উচ্চ ৰাশি বুলি ধাৰণা কৰা হয়৷ সেয়ে বৃহস্পতিৰ নিজ উচ্চস্থ ৰাশিত গোচৰে হংস মহাপুৰুষ ৰাজযোগ সৃষ্টি কৰিব৷ আগন্তুক ৫মাহ ৩ ৰাশিয়ে কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰৰ সুফল পাব৷

মেষ ৰাশি

কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰে মেষ ৰাশিৰ বাবে চমৎকাৰ সময় কঢ়িয়াই আনিব পাৰে৷ জীৱন আনন্দেৰে পৰিপূৰ্ণ থাকিব৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ আপুনি যথেষ্ট খ্যাতি অৰ্জন কৰিব৷ বন্ধুৰ পৰা এক বিশেষ উপহাৰ লাভৰ সম্ভাৱনা আছে৷ বিবাহৰ সম্ভাৱনাও আছে৷

মকৰ ৰাশি

কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে উপকাৰী হ’ব পাৰে৷ আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে সুন্দৰ সময় কটাব৷ যদি আপুনি পেছা পৰিবৰ্তনৰ কথা ভাৱি থাকে তেন্তে এই সময় শুভ হ’ব৷ ব্যৱসায়িক পৰিকল্পনাত সফল হ’ব৷

বৃশ্চিক ৰাশি

কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে সুসংবাদ কঢ়িয়াই আনিব পাৰে৷ চাকৰিয়ালে উল্লেখযোগ্য সুযোগ পাব পাৰে৷ তেওঁলোকৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব৷ শিক্ষাৰ্থীসকলে পঢ়াশুনাত আৰু মনোযোগী হৈ উঠিব৷ পাৰিবাৰিক জীৱন ভালকৈ কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?
জীৱনশৈলী

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

August 10, 2026
৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী
জীৱনশৈলী

৩৫ লাখ টকীয়া বেগ, ২১ লাখটকীয়া ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ শাড়ী

August 10, 2026
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

August 10, 2026
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!
জীৱনশৈলী

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

August 10, 2026
Next Post
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.