অপহৰণৰ এপষেক উকলিল। আজিও সন্ধানহীন তৈলখনন প্ৰতিষ্ঠান কুইপ’ৰ দুই বিষয়া। ২০ কোটি টকাৰ মুক্তিপণ দাবী আলফা (স্বাঃ), NSCN(k)ৰ। কুইপ’ কৰ্তৃপক্ষই স্পষ্ট কৰা নাই স্থিতি।