• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আল্লাহৰ বাদে কাৰো আগত মই মূৰ তল নকৰো! বন্দে মাতৰমো কিয় গাব নোৱাৰে বিধায়ক আবু আজমীয়ে? সবিশেষ…

আল্লাহৰ বাদে কাৰো আগত মই মূৰ তল নকৰো! বন্দে মাতৰমো কিয় গাব নোৱাৰে বিধায়ক আবু আজমীয়ে? সবিশেষ…

3 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

9 minutes ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

34 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

3 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

4 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

5 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

6 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আল্লাহৰ বাদে কাৰো আগত মই মূৰ তল নকৰো! বন্দে মাতৰমো কিয় গাব নোৱাৰে বিধায়ক আবু আজমীয়ে? সবিশেষ…

editor by editor
July 19, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
আল্লাহৰ বাদে কাৰো আগত মই মূৰ তল নকৰো! বন্দে মাতৰমো কিয় গাব নোৱাৰে বিধায়ক আবু আজমীয়ে? সবিশেষ…
0
SHARES
373
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সমাজবাদী পাৰ্টীৰ বিধায়ক আবু আজমীয়ে বিধানসভাত ‘বন্দে মাতৰম’ উচ্চাৰণ নকৰাক লৈ বিতৰ্ক। সমাজবাদী পাৰ্টীৰ বিধায়ক আবু আজমীয়ে বিধানসভাত বুধবাৰে বন্দে মাতৰম নোকোৱাক লৈ দেশজুৰি বিতৰ্ক। মহাৰাষ্ট্ৰ বিধানসভাত বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছতেই স্থগিত ৰাখিবলগা হয় সদন। কিয় বন্দে মাতৰম ক’ব নোৱাৰে তাৰ লৈ বিধানসভাতেই স্পষ্টীকৰণ দিছে বিধায়কজনে।

আবু আজমীয়ে কয়, ‘বন্দে মাতৰম মই ক’ব নোৱাৰিম, মোৰ ধৰ্মত এই শব্দ কোৱাটো গুনাহ। আল্লাহৰ বাদে মই কাৰো সন্মুখতেই শিৰণত হ’ব নোৱাৰো। উচ্চতম ন্যায়ালয়ে মোক এই অধিকাৰ দিছে। ভাৰতত থাকিলেই বন্দে মাতৰম ক’বই লাগিব বুলি কাকো বাধ্য কৰাব নোৱাৰে।’

সদনৰ পৰা ওলাই অহাৰ পিছত আবু আজমীয়ে কয়, ‘যেতিয়াই বন্দে মাতৰম সদনত গোৱা হয় তেতিয়াই মই থিয় হৈ সন্মান জনাও। কিন্তু মই মুখেৰে সেয়া গাব নোৱাৰো। কাৰণ মোৰ ধৰ্মত কোৱা হৈছে যে আল্লাই পৃথিৱী, আকাশ, সূৰ্য, চন্দ্ৰ, মানুহ আৰু সমগ্ৰ পৃথিৱী সৃষ্টি কৰ্তা। আল্লাহৰ বাহিৰে আন কাৰো সন্মুখত মূৰ তল কৰিব নোৱাৰে। এইয়া মোৰ ধৰ্মত কোৱা হৈছে। মই বন্দে মাতৰম নোকোৱাৰ অৰ্থ এয়া নহয় যে মই কাৰোবাক অপমান কৰিছো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
Next Post
চাৰধাম যাত্ৰা কৰিম ভাৱিলে পূৰ্বেই পঢ়ি লওক! কেদাৰনাথৰ হেলিকপ্টাৰ সেৱাৰ নামত ১৪০০ কোটিৰ কেলেংকাৰী

চাৰধাম যাত্ৰা কৰিম ভাৱিলে পূৰ্বেই পঢ়ি লওক! কেদাৰনাথৰ হেলিকপ্টাৰ সেৱাৰ নামত ১৪০০ কোটিৰ কেলেংকাৰী

’২৪ৰ নিৰ্বাচনত মণিপুৰে প্রভাৱ পেলাৱ! মণিপুৰৰ পৰিস্থিতিক লৈ আলোচনা কৰিবলৈ সাঁজু কেন্দ্ৰীয় চৰকাৰ, ৰাজনাথ সিঙে আয়োজন কৰিলে সৰ্বদলীয় বৈঠকৰ

’২৪ৰ নিৰ্বাচনত মণিপুৰে প্রভাৱ পেলাৱ! মণিপুৰৰ পৰিস্থিতিক লৈ আলোচনা কৰিবলৈ সাঁজু কেন্দ্ৰীয় চৰকাৰ, ৰাজনাথ সিঙে আয়োজন কৰিলে সৰ্বদলীয় বৈঠকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.