গছ থাকিলেহে মানুহ থাকিব। উন্নয়নৰ নামত প্ৰকৃতিক আঘাত। গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ বাবে এফালৰ পৰা বগৰোৱা হ’ল বহু গছ। ইয়াৰ মাজতে আছিল দুই-আঢ়ৈশ বছৰ পুৰণি গছো।