অসম লাইভ২৪ঃ নলবাৰীৰ এখন বিয়াক লৈ ৰাজ্যজুৰি চৰ্চা। অভিযোগ অনুসৰি মদ খাই হোমৰ গুৰিত বহি থাকিব নোৱাৰি শুই পৰিছিল দৰা প্ৰসেনজিত হালৈ। দৰাৰ এই ৰূপ দেখিয়েই কইনাই নিজে বিয়াত নবহাৰ সিদ্ধান্ত লৈছিল।
শেহতীয়াভাৱে দৰাই দিয়া এক সাক্ষাতকাৰত কয় যে, দৰা প্ৰসেনজিতে মদ খোৱা নাছিল। লগতে দৰাই কয়, ‘দিনৰ পৰাই মোৰ স্বাস্থ্য বেয়া আছিল যাৰ বাবে মই হোমৰ গুৰিতে শুই পৰিছিলো। মোৰ এলজাইটিও আছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ