জু ৰোড, ফাঁচীবজাৰ, পল্টনবজাৰ আৰু গণেশগুৰিৰ বহুমূলীয়া পাৰ্কিং ব্যৱস্থা। কিন্তু চালক-মালিকে পাৰ্কিঙত গাড়ী নাৰাখি ৰাখে ব্যস্ত ৰাস্তাৰ দাঁতিত। পাৰ্কিঙত গাড়ী ৰাখিবলৈ কেতিয়া শিকিব সেইসকল লোকে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















