• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতে লাভ কৰিলে ক’ৰোনা ভেকচিন

ভাৰতে লাভ কৰিলে ক’ৰোনা ভেকচিন

5 years ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

26 minutes ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

55 minutes ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

2 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

3 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

4 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

4 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

5 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

12 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

13 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

14 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

15 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতে লাভ কৰিলে ক’ৰোনা ভেকচিন

editor by editor
January 1, 2021
in অসম, ক'ভিড-১৯, ভাৰত, স্বাস্থ্য
0
ভাৰতে লাভ কৰিলে ক’ৰোনা ভেকচিন
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নৱবৰ্ষত ভাল খবৰ। ভাৰতে লাভ কৰিলে ক’ৰোনা ভেকচিন। অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকাৰ যুটীয়া প্ৰচেষ্টাত নিৰ্মিত ক’ভিচিল্ড ভেকচিন ভাৰতত প্ৰদানৰ অনুমতি দিলে বিশেষজ্ঞ সমিতিয়ে। আজি দিল্লীত অনুষ্ঠিত হৈছে বিশেষজ্ঞ কমিটীৰ বৈঠক। এই বৈঠকত তিনিটা কোম্পানীয়ে নিজৰ উৎপাদিত ভেকচিনৰ প্ৰেজেনটেচন দিয়ে। ফাইজাৰ, ভাৰত বায়োটেক আৰু চিৰাম ইনষ্টিটিউটে প্ৰেজেনটেচন দিছে। ইয়াৰ পিছত বিশেষজ্ঞ কমিটীয়ে অনুমোদন দিয়ে চিৰাম ইনষ্টিটিউটে উৎপাদন কৰা ক’ভিচিল্ড ভেকচিনক। উল্লেখ্য ভাৰত বায়’টেকে ‘কোভাক্সিন’ নামৰ প্ৰতিষেধক দেশীয়ভাৱে উৎপাদন কৰিছে। আমেৰিকাই উৎপাদন কৰিছে ‘ফাইজাৰ’ নামৰ ক’ৰোনাৰ প্ৰতিষেধক। আনহাতে চিৰাম ইনষ্টিটিউটে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ‘কোভিচিল্ড’ ভেকচিন উৎপাদন কৰিছে। উল্লেখ্য আজি এই বিশেষ বৈঠকত ‘কোভিচিল্ড’ ভেকচিনক জৰুৰী অনুমোদন দিয়াৰ সন্দৰ্ভত আলোচনাই বিশেষ গুৰুত্ব লাভ কৰে। আনহাতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে নৱবৰ্ষৰ প্ৰথম দিনটোতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাৰ অন্তত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সকলো ৰাজ্যৰ নিৰ্বাচিত স্থানত প্ৰতিষেধকৰ ড্ৰাই ৰাণ সম্পন্ন হ’ব। শনিবাৰৰ পৰা আৰম্ভ হ’ব ড্ৰাই ৰাণ। আনহাতে গুৱাহাটীত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল মুকলি কৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ফেব্ৰুৱাৰীত ভেকচিন উপলব্ধ হ’ব। প্ৰথম পৰ্যায়ত কোভিড যোদ্ধা চিকিৎসক-চিকিৎসাকৰ্মীসকলে প্ৰতিষেধক লাভ কৰিব । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বুথ গঠন পদ্ধতিৰে ভেকচিন প্ৰদানৰ যো-জা চলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা
ভাৰত

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

April 11, 2026
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?
জীৱনশৈলী

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

April 11, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
Next Post
স্বাস্থ্য বিভাগৰ চমৎকাৰ

স্বাস্থ্য বিভাগৰ চমৎকাৰ

সাহিত্য সভাৰ শতবর্ষ অনুষ্ঠানৰ লাইখুটা দুখণ্ড কৰিলে দুর্বৃত্তই

সাহিত্য সভাৰ শতবর্ষ অনুষ্ঠানৰ লাইখুটা দুখণ্ড কৰিলে দুর্বৃত্তই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.