মাত্ৰ ৮ মাহত পুষ্পিতা, ৫ বছৰ বয়সত অন্তঃসত্ত্বা। বিশ্বৰ কনিষ্ঠতম মাতৃ লিনা। ৰহস্য হৈ থাকিল পিতৃৰ পৰিচয়। চিকিৎসা বিজ্ঞানেও নাপালে উত্তৰ।