দেশত আদানি-আম্বানিৰ সম্পত্তি বৃদ্ধিৰ লগতে পুষ্টিহীন শিশুৰো ভয়াৱহ সংখ্যা। উদ্বেগজনকভাৱে অসমতো বৃদ্ধি পাইছে পুষ্টিহীন শিশু। ৰাজ্যসমূহৰ শীৰ্ষত অসম, গোৱা, গুজৰাট আদি।