টেট পৰীক্ষাৰ পৰা বঞ্চিত ৬ খন জিলা। চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে ক্ষোভ। ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰাত নাই পৰীক্ষা কেন্দ্ৰ। হাইলাকান্দি, বৰপেটা, কৰিমগঞ্জত নাই পৰীক্ষা কেন্দ্ৰ। ৬ খন জিলাৰ বিভিন্ন জিলাত প্ৰতিবাদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ